• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজাৰত ৰেবিছ ভেকচিনৰ ‘ডুপ্লিকেট’! কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 2:04 pm
238
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ দেশত ড্ৰাগছ নিয়ন্ত্ৰণ বিষয়াসকলে দিল্লী, কলকাতাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্চ ৰক্তচাপ, মধুমেহ, গেছ, হৃদযন্ত্ৰ বা বৃক্কৰ সমস্যাৰ বাবে ব্যৱহাৰ কৰা ভুৱা ঔষধৰ বেগ জব্দ কৰিছে। এতিয়া সেই তালিকাত যোগ হৈছে ৰেবিছৰ টিকাকৰণৰ ঔষধো!

ড্ৰাগ কণ্ট্ৰল ব্যুৰোৰ তথ্য অনুসৰি দিল্লী, মুম্বাই, আহমেদাবাদ আৰু লক্ষ্ণৌত এটা জনপ্ৰিয় ব্ৰেণ্ডৰ নকল ৰেবিছ বেজী (বেচ নম্বৰ KA24014) প্ৰচলিত হৈ আহিছে। দিল্লীৰ ড্ৰাগ কণ্ট্ৰল ব্যুৰোৱেও শুকুৰবাৰে এই সন্দৰ্ভত ৰাজ্যসমূহক সকীয়াই দিয়ে।

সতৰ্কবাণীটোত স্পষ্টকৈ উল্লেখ আছে যে ভুৱা বেজী গ্ৰহণ কৰিলে ৰোগীক ডাঙৰ বিপদত পৰিব পাৰে। সেয়েহে প্ৰতিটো অঞ্চলত তালাচী চলাই ক’ত কিমান আছে সেইটো নিৰ্ণয় কৰি ভুৱা ঔষধ তৎকালীনভাৱে জব্দ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। একে সময়তে জনসাধাৰণকো সকীয়াই দিয়া হৈছে যে জলাতংকৰ ভেকচিন ভালদৰে পৰীক্ষা নকৰাকৈ ব্যৱহাৰ নকৰিব।

ইয়াৰ পূৰ্বে স্বাস্থ্য বিভাগে জাননী জাৰি কৰি মিশ্ৰিত ঔষধৰ নামৰ তালিকা প্ৰকাশ কৰিছিল। এই সমগ্ৰ ঘটনাই সাধাৰণ জনতাৰ মাজত নতুন শংকা বিয়পাই দিছে।

অৱশ্যে ড্ৰাগছ কণ্ট্ৰল বিভাগে আতংকিত হোৱাৰ কোনো কথা নাই বুলি উল্লেখ কৰিছে। নিয়মীয়াকৈ অনুসন্ধান চলি আছে। শীঘ্ৰে ভুৱা ভেকচিন জব্দ কৰা হ’ব বুলি সদৰী কৰিছে।

Recent News

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd