ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ৰাজ্যজুৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাল্য বিবাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বাল্য বিবাহ কৰোৱা লোকসকলক আজিৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰিছে।

পিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক লৈ বিতৰ্কৰো সূত্ৰপাত হৈছে। এই সন্দৰ্ভত ফেচবুকত এক পোষ্ট লিখিছে অধিবক্তা শিলাদিত্য দত্তই। তলত অধিবক্তা গৰাকীৰ ফেচবুক পোষ্টটো তুলি দিয়া হৈছে:

বাল্য বিবাহ মানেই অবৈধ নেকি?
এনে বিবাহৰ ফলত জন্ম গ্ৰহণ কৰা সন্তান অবৈধ নেকি ?

অবৈধ স্বামী অবৈধ বিবাহ বুলি চিঞৰি থকাৰ আগতে আইনখনে কি কৈছে এবাৰ চকু ফুৰোৱা ভাল হব…. বাল্য বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য আইন খন হৈছে
Prohibition of child marriage Act 2006

এই আইনৰ তিনি নং ধাৰত এনেকৈ উল্লেখ কৰিছে👇👇
Section 3

Child marriages to be voidable at the option of contracting party being a child.-

(1) Every child marriage, whether solemnised before or after the commencement of this Act, shall be voidable at the option of the contracting party who was a child at the time of the marriage: Provided that a petition for annulling a child marriage by a decree of nullity may be filed in the district court only by a contracting party to the marriage who was a child at the time of the marriage.

(2) If at the time of filing a petition, the petitioner is a minor, the petition may be filed through his or her guardian or next friend alongwith the Child Marriage Prohibition Officer.

(3) The petition under this section may be filed at any time but before the child filing the petition completes two years of attaining majority.

(4) While granting a decree of nullity under this section, the district court shall make an order directing both the parties to the marriage and their parents or their guardians to return to the other party, his or her parents or guardian, as the case may be, the money, valuables, ornaments and other gifts received on the occasion of the marriage by them from the other side, or an amount equal to the value of such valuables, ornaments, other gifts and money: Provided that no order under this section shall be passed unless the concerned parties have been given notices to appear before the district court and show cause why such order should not be passed.

ভালকৈ পঢ়িলে বুজিব যে বাল্য বিবাহ মানেই অবৈধ নহয়…. আদালতে বিবাহ খন অবৈধ বুলি ঘোষনা কৰিব লাগিব, আদালতে স্ব ইচ্ছাৰে অবৈধ বুলি ঘোষনা কৰিব নোৱাৰে যদিহে সেই বিবাহৰ কোনোবা এজনে স্বামী বা স্ত্ৰীয়ে তেওঁলোক প্ৰাপ্তবয়স্ক হোৱাৰ দুই বছৰৰ ভিতৰত আদালতত আবেদন কৰে তেনেখেত্ৰত হে আদালতে উক্ত বাল্য বিবাহখন অবৈধ (void) বুলি ঘোষণা কৰিব পাৰে ।।

দ্বিতীয়তে এনে বাল্য বিবাহৰ ফলত জন্ম গ্ৰহণ কৰা সন্তান অবৈধ নেকি

Section 6 Prohibition of child marriage Act 2006

” Legitimacy of children born of child marriages.-Notwithstanding that a child marriage has been annulled by a decree of nullity under section 3, every child begotten or conceived of such marriage before the decree is made, whether born before or after the commencement of this Act, shall be deemed to be a legitimate child for all purposes.”

এনে বিবাহৰ ফলত জন্ম গ্ৰহণ কৰা সকলো সন্তান বৈধ ।।

এই আইনৰ section 12 অনুযায়ী কিছু ক্ষেত্ৰত বাল্য বিবাহখন অবৈধ বুলি ঘোষণা কৰা হৈছে

12. Marriage of a minor child to be void in certain circumstances.-Where a child, being a minor-

(a) is taken or enticed out of the keeping of the lawful guardian; or

(b) by force compelled, or by any deceitful means induced to go from any place; or

(c) is sold for the purpose of marriage; and made to go through a form of marriage or if the minor is married after which the minor is sold or trafficked or used for immoral purposes, such marriage shall be null and void.

যদিহে অভিভাৱকৰ পৰা ফুচুলাই বা শক্তি প্ৰয়োগ কৰি নতুবা বিবাহৰ বাবে বিক্ৰী বা সৰবৰাহ কৰা হয় , তেনে ক্ষেত্ৰত হে prohibition of child marriage Act মতে এনে বাল্য বিবাহ অবৈধ ।।

এটা কথা মন কৰিব লগীয়া ,এই আইনখন প্ৰনয়ন কৰাৰ উদ্দেশ্য শাস্তি প্ৰদান কৰাৰ নাছিল , তেনে উদ্দেশ্য থকা হলে এই আইনৰ অধীনত সকলো বাল্য বিবাহকে অবৈধ বুলি ঘোষণা কৰিলে হয় , এই আইনৰ মূল উদ্দেশ্য আছিলে সমাজত এটা সজাগতাৰ সৃষ্টি কৰাৰ বাল্য বিবাহৰ ক্ষেত্ৰত ; সেই বাবেই এই আইনৰ 16 নং ধাৰাৰ অধীনত Child Marriage Prohibition Officers নিযুক্তি দিয়াৰ নিয়ম আছে সমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে

16. Child Marriage Prohibition Officers.-
(1) The State Government shall, by notification in the Official Gazette, appoint for the whole State, or such part thereof as may be specified in that notification, an officer or officers to be known as the Child Marriage Prohibition Officer having jurisdiction over the area or areas specified in the notification.
(2) The State Government may also request a respectable member of the locality with a record of social service or an officer of the Gram Panchayat or Municipality or an officer of the Government or any public sector undertaking or an office bearer of any non­-governmental organization to assist the Child Marriage Prohibition Officer and such member, officer or office bearer, as the case may be, shall be bound to act accordingly.

এই Child Marriage Prohibition Officers সকলক এই আইনৰ অধীনত কিছু দায়িত্ব/কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়া আছে এই দায়িত্ব সমূহ section 16(3) এনেকৈ উল্লেখ কৰিছে 👇

3) It shall be the duty of the Child Marriage Prohibition Officer-

(a) to prevent solemnisation of child marriages by taking such action as he may deem fit;
(b) to collect evidence for the effective prosecution of persons contravening the provisions of this Act;
(c) to advise either individual cases or counsel the residents of the locality generally not to indulge in promoting, helping, aiding or allowing the solemnisation of child marriages;
(d) to create awareness of the evil which results from child marriages;
(e) to sensitize the community on the issue of child marriages;
(f) to furnish such periodical returns and statistics as the State Government may direct; and
(g) to discharge such other functions and duties as may be assigned to him by the State Government.

এতিয়া প্ৰশ্ন কৰিব পাৰে চৰকাৰে বা এই সকল
Child marriage prohibition office এ আইন অনুযায়ী নিজৰ কৰ্তব্য সমূহ কৰিছেনে ।।

মন কৰিব এনে বিবাহ ৰোধ কৰিবলৈ আৰক্ষীক পোনপতিয়াকৈ দায়িত্ব দিয়া হোৱা নাছিল, দায়িত্ব দিয়া হৈছিল এই Child marriage prohibition officer সকলক , তেওঁলোকে বাল্য বিবাহ ৰোধ কৰিবলৈ যাওঁতে আৰক্ষীৰ সহায় লব পাৰে সেইটো এটা সুকীয়া বিষয় কিন্তু আইন প্ৰণয়ন কৰাৰ সময়ত আইন প্ৰনেতা সকলে সামাজিক সংস্কাৰৰ বিষয়টোহে বেছিকৈ গুৰুত্ব প্ৰদান কৰে, শাস্তি প্ৰদান কৰি সামাজিক সংস্কাৰ প্ৰদান কৰিব নোৱাৰি , সেই বাবেই সমাজত বাল্য বিবাহৰ বিৰূপ প্ৰভাৱ সমূহৰ প্ৰচাৰ কৰি সমাজ সংস্কাৰ কৰাই এই আইন খনৰ মুখ্য উদ্দেশ্য আছিল, জেলত ভৰাই সংস্কাৰ সাধন কৰা উদ্দেশ্য নহয়।।

যিসকলে কাৰোবাক জেলত ভৰালে সামাজিক সংস্কাৰ হব বুলি ভাবি ফুটি কৰি আছে সেই সকলে এবাৰ এই আইনখন সম্পূৰ্ণ পঢ়ি চাব পাৰে ।।

সংযোজন:~

এই আইনৰ 13(4) ধাৰাত হিন্দু ধৰ্মৰ পবিত্ৰ দিন অক্ষয় তৃতীয়াৰ নাম উল্লেখ আছে, সেই দিনা ৰাজহুৱা ভাবে হিন্দু সমাজত বাল্য বিবাহ কৰাৰ পৰম্পৰা আছে তেনে ক্ষেত্ৰত District Magistrate ক Child marriage prohibition officer ৰ দায়িত্ব দিয়া হৈছে
👇👇

(4) For the purposes of preventing solemnisation of mass child marriages on certain days such as Akshaya Trutiya, the District Magistrate shall be deemed to be the Child Marriage Prohibition Officer with all powers as are conferred on a Child Marriage Prohibition Officer by or under this Act.

সংযোজন 2

অলপতে পাঞ্জাব আৰু হাৰিয়ানা উচ্ছ ন্যাযালযে ৰায় প্ৰদান কৰিছিল যে 15 বছৰ উৰ্ধৰ ইছলাম ধৰ্মীয় যুৱতীয়ে নিজৰ ইচ্ছা অনুযায়ী বিবাহ সম্পন কৰিব পাৰে উক্ত বিবাহ prohibition of child marriage Act ৰ অধীনত অবৈধ বুলি ঘোষণা কৰিব নোৱাৰি, এই ক্ষেত্ৰত ভাৰতৰ আন কেইখনমান উচ্ছ ন্যাযালয়ৰ সপক্ষে আৰু বিপক্ষে ৰায় প্ৰদান কৰিছে, বৰ্তমান সম্পূৰ্ণ বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধিন হয় আছে ।।

1 “Minor Muslim Girl Over 15 Yrs Of Age Free To Marry Person Of Her Choice, Marriage Not Void Under Child Marriage Prohibition Act: P&H High Court” https://www.livelaw.in/news-updates/ph-high-court-minor-muslim-girl-s12-prohibition-of-child-marriage-act-2006-212667

I2 “Can Minor Muslim Girl Marry On Attaining Puberty? Supreme Court To Examine Correctness Of HC Judgment, Issues Notice On NCPCR Plea” https://www.livelaw.in/amp/top-stories/can-minor-muslim-girl-marry-on-attaining-puberty-supreme-court-to-examine-correctness-of-hc-judgment-issues-notice-on-ncpcr-plea-211840