• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিশা টোপনি নোহোৱা সমস্যাৰ পৰা চিৰদিনৰ বাবে পাওক পৰিত্ৰাণ! মাত্ৰ কৰক এই কাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2024 11:47 am
19.2k
VIEWS
Share on FacebookShare on Twitter

নিশা টোপনি নোহোৱাৰ সমস্যাটো এতিয়া আঠৰ পৰা আশীলৈ বহুতৰে ক্ষেত্ৰত দেখা গৈছে।  এই টোপনিৰ অভাৱৰ বাবে বহু ৰোগে শৰীৰত শিপায়। কিন্তু এইবাৰ চিন্তা নাই! মাত্ৰ কেইটামান নিয়ম মানি চলিলে যাদুৰ দৰে ফলাফল পাব। অন্ততঃ নিশা টোপনিকলৈ চিন্তা কৰিব নালাগে।

বিশেষজ্ঞসকলে কয় যে নিশা টোপনি নোহোৱাৰ এই সমস্যাক ইনছোমনিয়া বুলি কোৱা হয়। অসমীয়াত এই ৰোগৰ নাম নিদ্ৰাহীনতা। ব্যস্ত কাম আৰু কিছুমান দৈনন্দিন অভ্যাস আপোনাৰ টোপনিৰ অভাৱৰ এটা ডাঙৰ কাৰণ।

কিন্তু চিন্তা নকৰিব। কেৱল দৈনন্দিন জীৱনশৈলীত কেইটামান পৰিৱৰ্তন কৰিলেই আপুনি চিৰদিনৰ বাবে নিশা টোপনি নোহোৱাৰ পৰা মুক্তি পাব পাৰে।

নিশা গভীৰ টোপনিৰ বাবে কি কি কাম এতিয়াই বন্ধ কৰিব লাগে?

১. নিশা বিচনাত পৰি থকা অৱস্থাত কেতিয়াও মোবাইল ফোন, লেপটপ বা আইপেড লগত নাৰাখিব। এই ইলেক্ট্ৰনিক গেজেটবোৰ বিচনাৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰক।

২. বিয়লিৰ পিনে কোনো ধৰণৰ জিম বা শাৰীৰিক ব্যায়াম নকৰিবলৈ চেষ্টা কৰক। ৰাতিপুৱা কৰিলেই ভাল। বিয়লি ব্যায়াম কৰিলে আপোনাৰ নিশাৰ টোপনিত ব্যাঘাত জন্মিব পাৰে।

৩. বিয়লি বা সন্ধিয়া কফি খাব নালাগে। এই কফি খালে আপোনাৰ টোপনিৰ গুৰুতৰ ক্ষতি হব পাৰে, বিশেষকৈ নিদ্ৰাহীনতাত ভুগি থকাসকলৰ বাবে।

সোনকালে টোপনি আনিবলৈ কি কৰিব লাগে?

১. বিচনাত বহি ধ্যান কৰিব পাৰে। বিচনাত বহি বা শুই দীঘলকৈ উশাহ লওক, অলপ সময় ধৰি ৰাখি লাহে লাহে বাহিৰলৈ এৰি দিয়ক। যাদুৰ দৰে ফলাফল দিব। অলপ সময়ৰ ভিতৰতে টোপনি আহিব।

২. বিচনাত পৰি থকা আপোনাৰ প্ৰিয় গল্পৰ কিতাপ এখন পঢ়িব পাৰে। বহুতে কয় যে এই কৌশলটো টোপনি অহাত অতি ফলপ্ৰসূ।

Recent News

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd