• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ এটি চৰকাৰী কাৰ্যালয়ৰ ব্যতিক্ৰমী পৰিবেশ হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
January 1, 2022 12:16 pm
Holong par Gaon Panchayat

ফটো: নৰ্থইষ্ট নাও।

137
VIEWS
Share on FacebookShare on Twitter

এটা চৰকাৰী কাৰ্যালয়ৰ মনোমোহা পৰিৱেশে আপোনাকো আকৰ্ষিত কৰিব। এক আশ্ৰম সদৃশ পৰিৱেশ। কাৰ্যালয়টোলৈ যদি সোমাই আহে চৌহদৰ সেউজীয়াই আপোনাক আদৰণি জনোৱাৰ লগতে চৌহদৰ প্ৰতিজোপা গছত সংস্থাপিত কৰা অৰ্কিডে আপোনাক হাত বাউলি মাতিব।

কি নাই এই চৰকাৰী কাৰ্যালয়টোৰ চৌহদত? চৌহদত আছে প্ৰায় চাৰি বিঘা মাটিত চাহ গছ। তাৰ মাজে মাজে আছে প্ৰায় শতাধিক সাঁচি গছ, আম, জলফাই, মধুৰীআম ,কঠাল, কৰ্দৈ, পান-তামোলৰ গছ আদি। আৰু প্ৰায় প্ৰতিজোপা গছত সংস্থাপন কৰা হৈছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড। 

কেৱল এয়াই নহয় চৰকাৰী কাৰ্যালয়টোৰ চৌহদত আছে বিশুদ্ধ খোৱা পানীৰ এক প্ৰকল্প। যি প্ৰকল্পৰ পৰা স্থানীয় ৰাইজে উৎসৱ-পাৰ্বনে সুলভ মূল্যত লাভ কৰিব পাৰে বিশুদ্ধ খোৱা পানী।

তেনেদৰে চৰকাৰী কাৰ্যালয়টোৰ চৌহদত আছে মৎস্য পালনৰ বাবে এটা পুখুৰীও। চৰকাৰী কাৰ্যালয়টোৰ বাবে প্ৰয়োজনীয় অন্যান্য খৰচ আদি যাতে এই সমূহৰ পৰা আহৰণ কৰিব পাৰি তাৰ বাবে এই ব্যতিক্ৰমী প্ৰয়াস।

পৰিস্কাৰ পৰিচন্নতাৰে ৰখা ব্যতিক্ৰমী এই চৰকাৰী কাৰ্যালয়টো হ’ল যোৰহাট জিলাৰ টীয়কৰ মধ্য হোলোঙাপাৰ গাঁও পঞ্চায়ত কাৰ্যালয়। যিটো চৰকাৰী কাৰ্যালয় এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। 

Recent News

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd