• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2023 3:38 pm
কুকি-মেইটি দম্পতীয়ে আয়োজন কৰা স্বাস্থ্য শিৱিৰ। ফটো: সংগ্ৰহীত।

কুকি-মেইটি দম্পতীয়ে আয়োজন কৰা স্বাস্থ্য শিৱিৰ। ফটো: সংগ্ৰহীত।

8k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মেইটি আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত চলি আছে। দুয়োপক্ষৰ সংঘাতৰ বাবে বিগত কেইমাহমানৰ পৰা মণিপুৰত যুদ্ধক্ষেত্ৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে বহুতৰে মৃত্যু হৈছে। বহু লোক গৃহহীন হৈছে। এই পৰিৱেশৰ মাজতে আন এখন ছবি দেখা গৈছে।

পোহৰলৈ আহিছে এহাল দম্পতীৰ কাহিনী। ইয়াৰে এজন কুকি আৰু আনজন মেইটেই সম্প্ৰদায়ৰ। তেওঁলোকে বৰ সুখেৰে জীৱন-যাপন কৰি আছে। কিন্তু তেওঁলোকে কেৱল নিজে ভালে থাকি শান্তি পোৱা নাই, তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলকো শান্তি আৰু প্ৰেমৰ পাঠ দিছে।

পশ্চিম ইম্ফলৰ বাসিন্দা হাওকিপ কুকি সম্প্ৰদায়ৰ আৰু পত্নী ৰেৱাৰী মেইটি সম্প্ৰদায়ৰ। বহু বছৰ ধৰি সেই অঞ্চলত সুখেৰে বাস কৰি আহিছে। তেওঁলোকে কেৱল নিজেই ভালকৈ জীয়াই থকাই নহয়, ভৱিষ্যত প্ৰজন্মকো সপোনৰ পৃথিৱীখন দেখুৱাব বিচাৰে। সেয়ে, এই কুকি আৰু মেইটি সম্প্ৰদায়ৰ দম্পতীয়ে বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় ১৮টা অনাথ শিশুক ‘শান্তি আৰু প্ৰেম’ৰ পাঠ শিকাইছে।

কুকি আৰু মেইটি সম্প্ৰদায়ৰ এই দম্পতীয়ে অনাথ শিশুক পঢ়োৱাটো অৱশ্যে এয়াই প্ৰথম নহয়। দীৰ্ঘদিন ধৰি তেওঁলোকে এই কাম কৰি আহিছে। দুয়ো মিলি এটা অনাথ আশ্ৰম চলায়।

তেওঁলোকে এই আশ্ৰমৰ ল’ৰা-ছোৱালীবোৰক বিশেষ গোষ্ঠীৰ হিচাপে পৰিচিত কৰিব নিবিচাৰে। সেয়ে, দুয়োটা সম্প্ৰদায়ৰে ভাষা শিকায় বুলি হাউকিপে জানিবলৈ দিছে। সকলো জনগোষ্ঠীৰ প্ৰতি মৰমৰ বাৰ্তা দি শিশুসকলক শিকাইছে দেশপ্ৰেমমূলক গীত ‘মা তুঝে চালাম’।

তেওঁলোকৰ সপোন এই সকলো শিশুৱে, ভৱিষ্যত প্ৰজন্মই ঘটি থকা সকলো হিংসা পাহৰি যাতে কেৱল দেশৰ নাগৰিক হ’ব পাৰে।

Recent News

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd