• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪ জানুৱাৰীত অসম গ্ৰন্থমেলা (গুৱাহাটী) প্ৰাংগনত “জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী (ক্লাই-ফাই): সাহিত্যত গোলকীয় উষ্ণতাৰ প্ৰতিনিধিত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ ভৱিষ্যতৰ কল্পনা” শীৰ্ষক পেনেল আলোচনাচক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2022 1:25 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সম্পৰ্কিত বিষয়বোৰে সম্প্ৰতি সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰবোৰত সৰ্বাধিক গুৰুত্ত্ব লাভ কৰাৰ লগে লগে শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী (ক্লাই-ফাই)-সমূহো সাংঘাটিকভাৱে জনপ্ৰিয় হৈ উঠিছে।

জলবায়ু পৰিৱৰ্তনৰ বিবিধ বিষয়ক কেন্দ্ৰ কৰি ৰচনা হৈ থকা জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনীসমূহ (ক্লাই-ফাই)-ৰ বিষয়ে অসমতো আলোচনা-বিলোচনা আৰম্ভ কৰাৰ বাবে আৰু এই ধাৰাটোলৈ ভাৰতীয় লেখক-ঔপন্যাসিকসকলে কেনে ধৰণৰ অৱদান আগবঢ়াইছে, সেই বিষয়ে সবিশেষভাৱে আলোচনা কৰিবলৈ যৌথভাৱে আগবাঢ়িছে দুটি অনুষ্ঠানে।

লগতে পঢ়ক: ষষ্ঠবাৰৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বেঞ্জামিন নেতান্যহুৱে

চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত সম্প্ৰতি অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা (গুৱাহাটী)-ৰ জোনাকী সভাগৃহত অহা ৪ জানুৱাৰী তাৰিখে দিনৰ ৩ বজাৰপৰা “জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী (ক্লাই-ফাই): সাহিত্যত গোলকীয় উষ্ণতাৰ প্ৰতিনিধিত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ ভৱিষ্যতৰ কল্পনা” শীৰ্ষক এখনি পেনেল আলোচনাচক্ৰৰ আয়োজন কৰিছে আয়োজক অনুষ্ঠান দুটিয়ে।

গুৱাহাটীস্থ চেণ্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যন (চিইচিএএফ) আৰু কটন বিশ্ববিদ্যালয়ৰ আন্তঃশাখা জলবায়ু গৱেষণা কেন্দ্ৰ (আইচিআৰচি)-ৰ যৌথ উদ্যোগত আয়োজন কৰা এই আলোচনাচক্ৰখনিত পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক ড°ধ্ৰুৱজ্যোতি বৰা, জলবায়ু-বিজ্ঞানী আৰু বিজ্ঞান-লেখক ড°ৰাহুল মহন্ত, বিশিষ্ট ঔপন্যাসিক-চিকিৎসক ডা°নন্দিতা দেৱী, লেখক-সমালোচক-অনুবাদক ড°ৰাখী কলিতা মৰল, লেখক-অনুবাদক-অধ্যাপিকা ড°মেৰী বৰুৱা, গল্পকাৰ-লেখক-অধ্যাপিকা জুৰি বৰুৱা আৰু গল্পকাৰ-ঔপন্যাসিক বিপাশা বৰাই। 

লগতে পঢ়ক:ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক্ৰিকেটাৰ ঋষভ পন্ট; হাস্পাতালত ভৰ্তি

এই আলোচনাচক্ৰখনিৰ আঁত ধৰিব লেখক-গৱেষক আৰু পৰিৱেশকৰ্মী ড° বিজয় কৃষ্ণ চেতিয়াই। জলবায়ু কল্পকাহিনীৰ লেখকসকলে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কিয় লিখে, ডিষ্ট’পিয়াৰ উপ-ধাৰাটোৱে জলবায়ু পৰিৱৰ্তন আৰু সম্ভাৱ্য নগৰীয়া ভৱিষ্যতক কিমান ফলপ্ৰসূভাৱে প্ৰতিনিধিত্ব কৰে, জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাজহুৱা কথোপকথনৰ বাবে ভাৰতীয় লেখকসকলে কেনেধৰণেৰে আগবাঢ়ি আহিছে, সেই বিষয়সমূহ সম্পৰ্কে পেনেলিষ্টসকলে এই পেনেল আলোচনাচক্ৰত আলোচনা আগবঢ়াব।

ইচ্ছুক ব্যক্তিসকলে পেনেল আলোচনাচক্ৰখনৰ বিষয়ে সবিশেষ জানিবলৈ চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যনৰ সঞ্চালক ড° কমল কুমাৰ তাঁতীৰ সৈতে ৮২৫৭০৬৭২৯৭ নম্বৰত অথবা ইমেইলযোগে ([email protected]) যোগাযোগ কৰিব পাৰিব ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd