• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2025 7:30 am
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিশাৰ আকাশ মানেই যেন এখন যাদুৰ মঞ্চ। আৰু সেই মঞ্চৰ ৰাণী নিঃসন্দেহে চন্দ্ৰ। কেতিয়াবা পূৰ্ণিমা, কেতিয়াবা অৰ্ধচন্দ্ৰ বা কাঁচিজোন- কিমান যে ৰূপ আছে চন্দ্ৰৰ! কিন্তু ক’লা চন্দ্ৰ? ২৩ আগষ্টত কৰিব পাৰিব এই বিৰল চন্দ্ৰ দৰ্শন।

কিন্তু এইটো অলপ ভুল হ’ল, কিয়নো এই চন্দ্ৰটো দেখা নাযাব। কিন্তু ইয়াক ক’লা চন্দ্ৰ বুলি কোৱা হয়! কাৰণ সেইদিনা যে অমাৱস্যা। ‘ব্লু মুন’ যেনেকৈ আচলতে নীলা চন্দ্ৰ নহয়, এই ক্ষেত্ৰতো ইয়াৰ তাৎপৰ্য্য সম্পূৰ্ণ বেলেগ।

দৰাচলতে এই চন্দ্ৰটো দৃশ্যমান নহ’লেও ইয়াৰ তাৎপৰ্য অপৰিসীম। এটা বিশেষ মহাজাগতিক ঋতুত তৃতীয় অমাৱস্যা প্ৰতি ৩৩ মাহৰ মূৰে মূৰে আহে। বা মাহত দুবাৰকৈ অমাৱস্যা হ’লে ক’লা চন্দ্ৰ (ব্লেক মুন) হয়। ২৯ মাহৰ মূৰে মূৰে এনেকুৱা হয়। দুয়োটা ক্ষেত্ৰতে অমাৱস্যাৰ দিনটোত ক’লা চন্দ্ৰ দেখা যায়। ক’ব পাৰি যে দৃশ্যমান নহ’লেও সেই দিনটোক ক’লা চন্দ্ৰৰ দিন বুলি গণ্য কৰা হয়। এইবাৰ যি ক’লা চন্দ্ৰ দেখা যাব সেয়া হ’ল ঋতুভিত্তিক ক’লা চন্দ্ৰ।

এই সময়ত দূৰৈৰ আকাশৰ বহু সদস্য আন্ধাৰত দেখা পোৱা যায়, যিটো সাধাৰণতে আন সময়ত পোৱা নাযায়। কিন্তু খালী চকুৰে নহয়, বাইনোকুলাৰৰ প্ৰয়োজন। টেলিস্কোপ থাকিলে কোনো কথাই নাই। তেনে ক্ষেত্ৰত হাতীপটি বা অধিক দূৰৈৰ অংশৰ নক্ষত্ৰমণ্ডল অধিক স্পষ্টকৈ দেখা পাব। চন্দ্ৰৰ পোহৰে তাত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিব নোৱাৰিব।

ইয়াৰ উপৰিও ২৪ আৰু ২৫ আগষ্টত সূৰ্যাস্তৰ ৩০ৰ পৰা ৪০ মিনিটৰ পিছত পশ্চিম আকাশলৈ চাওক। সেই সময়ত আপুনি আঙুলিৰ নখৰ দৰে পাতল চন্দ্ৰ দেখা পাব। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যও অনন্য। অৱশ্যে এনে মহাজাগতিক সৌন্দৰ্য্য উপভোগ কৰিব বিচাৰিলে চহৰৰ পৰা আঁতৰি থকাটোৱেই ভাল। য’ত প্ৰদূষণ কম, পোহৰ উৎপাত নাই। এনে ঠাইত আকাশখনে যেন নিজৰ সকলোখিনি উজাৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd