• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসালয়লৈ নিয়াৰ পথত টুলুঙা নাৱতেই মৃত্যু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ

দুমাহ পূৰ্বে একেদৰেই মৃত্যু হৈছিল প্ৰবক্তা পুত্ৰ সুশীল পায়েঙৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
October 12, 2018 2:41 pm
MAJULI PATIENT DEAD 7
244
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাৰ অন্তৰ্গত লোহিত খাৱলো পঞ্চায়তৰ অন্তৰ্গত লোহিত খাৱলোত সংঘটিত হ’ল পুনৰ এক হৃদয় বিদাৰক ঘটনা। চিকিৎসাৰ বাবে টুলুঙা নাৱেৰে মাজুলীৰ গড়মূৰ চিকিৎসালয়লৈ আনি থকা অৱস্থাত সোৱণশিৰি নদীত টুলুঙা নাৱৰ ওপৰতেই মৃত্যু হয় অৱসৰপ্ৰাপ্ত শিক্ষক শশীধৰ পায়েঙৰ।

বিধ্বস্ত যাতায়াত ব্যৱস্থাই জুৰুলা কৰা বৃহত্তৰ অঞ্চলটোত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে এনে ধৰণৰ হৃদয় বিদাৰক ঘটনা। একৈশ শতিকাৰ সমাজত প্ৰশাসন, চৰকাৰ লজ্জানত হ’বলগীয়া এই ঘটনাসমুহৰ বাতৰি পৰিবেশন কৰি অহাৰ পিছতো কিন্তু এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই পৰিৱৰ্তনৰ শ্লোগান দি ক্ষমতালৈ অহা চৰকাৰখনে।

যাতায়াতৰ অসুবিধাত জীৱন মৰণৰ এই যুঁজত প্ৰায়েই অঞ্চলটোৰ দূৰ্ভগীয়া বাসিন্দাসকলে হাৰ মানিবলগীয়া হয়।

আজি দুমাহৰ পূৰ্বে শশীধৰ পায়েঙৰ পুত্ৰ গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰবক্তা সুশীল পায়েঙকো চিকিৎসালয়লৈ অনাৰ পৰত বাটতে মৃত্যু হৈছিল। আজি পিতৃৰো সেই একেই দশা হল। উচ্চ ৰক্তচাপত ভোগা শশীধৰ পায়েঙে এনেদৰেই নাৱৰ ওপৰত মৃত্যুক আকোৱালি ল’ব লগা ঘটনাই শোকদগ্ধ কৰি তুলিছে অঞ্চলবাসীক।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd