• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাতীগাঁও থানাত ক’ৰ’নাতংক : গুৱাহাটীত চোৰ-আৰক্ষীৰ দেহত একেলগে কোভিড পজিটিভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2020 8:49 pm
index
570
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’না। মহানগৰ গুৱাহাটীত ইতিমধ্যে আৰম্ভ হৈছে গণ সংক্ৰমণ।

তাৰ মাজতে পুনৰ আহিছে এক বেয়া খবৰ। গুৱাহাটীত চোৰ-আৰক্ষীৰ দেহত একেলগে কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

পাণবজাৰ থানাৰ উপ পৰিদৰ্শক অভিজিত দলে(২৮) ৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আজি সন্ধিয়া ৭ বজাত পজিটিভ ৰিজাল্ট আছে আৰক্ষী বিষয়াজনৰ।

তেওঁ প্ৰায় এসপ্তাহ ধৰি জ্বৰ আৰু প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈ আছিল। পল্টনবজাৰ এ. টি. ৰোডস্থিত হোটেল বিশ্বৰত্নত চাৰিদিন ধৰি কোৱাৰেন্টাইন হৈ আছিল।

তেওঁ পাণবজাৰ আৰু ফাঁচীবজাৰ এলেকাৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শনৰ কামত নিয়োজিত আছিল।

তেওঁ বৰ্তমান MMCH ত চিকিৎসাধীন হৈ আছে।

ইপিনে হাতীগাঁও থানাতো এটা চোৰক লৈ সৃষ্টি হৈছে তীব্ৰ আতংক তথা হাহাকাৰ পৰিস্থিতিৰ।

গগণ ৰাজবংশী(২৪) নামৰ চিলিণ্ডাৰ চোৰ এটাক হাতীগাঁও আৰক্ষীয়ে যোৱা ৮ জুনত গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পাছতে তেওঁক প্ৰেৰণ কৰা হৈছিল তেজপুৰ জিলা কাৰাগাৰলৈ।

গুৱাহাটীত তেওঁৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল আৰু আজি ৰিজাল্ট পজিটিভ অহাৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাতীগাঁও থানাত।

ইতিমধ্যে, থানাখন GMC য়ে চেনিটাইজ কৰিছে যদিও কোনো আৰক্ষীক কোৱাৰেন্টাইন কৰাইছে নে নাই জানিব পৰা হোৱা নাই।

যোৱা বৃহস্পতিবাৰৰ দিনাও 8TH APBN ৰ আৰক্ষী জোৱান অনিল ৰয়ৰ দেহত ধৰা পৰিছিল কোভিড-১৯ ৰ উপস্থিতি।

উল্লেখযোগ্য যে, ৰাজ্যত বৰ্তমানলৈকে ৩৭১৮ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮০৫ গৰাকী আৰোগ্য লাভ কৰিছে।

ইয়াৰোপৰি, ১৯০২ গৰাকী বৰ্তমানো চিকিৎসাধীন হৈ আছে।

বৰ্তমানলৈকে ৮ গৰাকী লোকে মৃত্যুক আকোৱালি লৈছে।

Tags: COVID-19

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

ভঙা বিয়া জোৰা লগোৱাৰ চেষ্টা চাইনা-কাশ্যপৰ; বিচ্ছেদ ঘোষণাৰ ১৯ দিনৰ ভিতৰতে মন সলনি

ভঙা বিয়া জোৰা লগোৱাৰ চেষ্টা চাইনা-কাশ্যপৰ; বিচ্ছেদ ঘোষণাৰ ১৯ দিনৰ ভিতৰতে মন সলনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd