• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভি-নীলৰ স্মৃতিত গঠন হ’ব মেমৰিয়েল ট্ৰাষ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2019 7:42 am
1.5k
VIEWS
Share on FacebookShare on Twitter

এবছৰৰ পূৰ্বে কাৰ্বিআংলঙৰ ডকমকাত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা দুই যুৱক অভি-নীলৰ স্মৃতিত গঠন হ’ব মেমৰিয়েল ট্ৰাষ্ট। আৰু এই ট্ৰাষ্টৰ লক্ষ্য এখন পশু চিকিৎসালয়, আৰ্ট আৰু মিউজিকৰ ওপৰত কাম কৰা।

ৰাজ্যবাসীয়ে পাহৰা নাই অভি-নীলক। অভি-নীলৰ হত্যাকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ এটা মাহ হে বাকী থকা অৱস্থাতো বৰ্তমানলৈকে ঘটনাত জড়িত আটাইকেইজনকে আটক কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। মুঠ ৪৮ জন অভিযুক্তৰ ১৯ জনহে বৰ্তমানলৈকে চিনাক্ত হৈছে।

নীলৰ পিতৃ গোপাল চন্দ্ৰ দাসে জানিবলৈ দিয়া মতে ৫ জন প্ৰত্যক্ষদৰ্শীয়ে সাক্ষ্য প্ৰদান কৰাৰ ভিত্তিত এই ১৯ জনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। অভি-নীলৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান সাক্ষ্য দানৰ পৰ্যায়ত আছে। মুঠ ৪৮ গৰাকী হত্যাকাৰীৰ ১৯ জনক হে ১৫ জন সাক্ষীৰ পৰা সাক্ষ্য লৈ কৰায়ত্ত কৰিছে আৰক্ষীয়ে।

আনহাতে অভিৰ পিতৃয়ে দোষ প্ৰকাশ কৰি কয় যে যি ১৯ জন হত্যাকাৰী আৰক্ষীৰ জিম্মাত আছে সেই কেইজনক দেখিলে তেওঁ অনুভৱ কৰে তেওঁলোক অনুতপ্ত নহয়। সময় সুবিধা আৰু সুযোগ পালে সেই হত্যাকাৰী কেইজনে পুনৰ একে ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰিব । গতিকে ঘটনাটোৰ দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনায় ৷

লগতে পুত্ৰৰ স্মৃতিত অভি-নীল মেমৰিয়েল ট্ৰাষ্ট গঠনৰ কাম পৰিয়ালবৰ্গই হাতত লোৱাৰ কথা জানিবলৈ দিয়ে। এখন পশু চিকিৎসালয় নিৰ্মাণ, আৰ্ট আৰু মিউজিকৰ ওপৰত কাম কৰাৰ লক্ষ্যৰে এই মেমৰিয়েল ট্ৰাষ্ট গঠন কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd