• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এমাহত ১০০০টা কণী খালে এজন যুৱকে! ইয়াৰ পাছত কি হ’ল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 11:05 am
86
VIEWS
Share on FacebookShare on Twitter

কণী প্ৰটিনৰ অন্যতম উত্তম উৎস। যিয়ে পেশী গঠন, কোষ মেৰামতি আৰু উন্নত স্বাস্থ্যত সহায় কৰে। কিন্তু, প্ৰচুৰ পৰিমাণে কণী খোৱাটোৱে শৰীৰত ষ্টেৰইডৰ দৰে প্ৰভাৱ পেলাব পাৰেনে?

মাত্ৰ এমাহত ১০০০টা কণী খোৱা জাপানৰ টকিঅ’ৰ এজন লোকে কয় যে প্ৰচুৰ পৰিমাণে কণী খোৱাটো শৰীৰৰ বাবে উপকাৰী।

জোচেফ এভাৰেট নামৰ লোকজনে ফিটনেছ ৰুটিন মানি চলিছিল। শৰীৰৰ পৰীক্ষাৰ বাবে দিনটোত ৩০টা কণী খাবলৈ আৰম্ভ কৰিলে। তেওঁৰ খাদ্যত অমলেট, কণীৰ স্মুদি, আনকি ভাতৰ সৈতে কেঁচা কণীও খাইছিল।

ইয়াৰ শৰীৰত কি প্ৰভাৱ পৰিছে চাবলৈ তেওঁ কণী খাই ডায়েট আৰম্ভ কৰিলে। এই সময়ছোৱাত তেওঁ স্কুৱেট, ডেডলিফ্ট, বেঞ্চ প্ৰেছ আৰু অন্যান্য লিফ্ট কৰে। ফলত মাত্ৰ এমাহৰ ভিতৰতে এভাৰেটে ৬ কেজি পেশী বৃদ্ধি কৰিলে আৰু তেনেকৈয়ে তেওঁৰ ভাৰোত্তোলন ক্ষমতা ২০ কিলোগ্ৰাম বৃদ্ধি কৰিলে। কলেষ্টেৰল থকাৰ পাছতো তেওঁৰ তেজৰ পৰীক্ষাৰ অভাৱনীয় ফলাফল আহিল। যদিও তেওঁৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা বিশেষ পৰিৱৰ্তন নহ’ল, তথাপিও তেওঁৰ ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে, যাৰ ফলত তেওঁৰ তেজৰ পৰা ক্ষতিকাৰক চৰ্বি আঁতৰোৱাত সহায় কৰিলে। আনকি তেওঁৰ শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও কমিছে।

কেইবাদিনো কেঁচা কণী খোৱাৰ পাছত এভাৰেটৰ পাচনতন্ত্ৰৰ সমস্যা হৈছিল যদিও পিছত তেওঁ গম পালে যে কেঁচা কণীৰ কুহুমত থকা ট্ৰিপচিন ইনহিবিটাৰটোৱেই পাচনতন্ত্ৰৰ সমস্যাৰ কাৰণ। সিজোৱা কণী খোৱাৰ পাছত বদহজম নোহোৱা হৈ যায়।

তেওঁ কয় যে তেওঁৰ ডাঙৰ ভুলটো হ’ল একে সময়তে দুটা কথা সলনি কৰা। দিনটোত ৭-৮টা কণী খোৱা ব্যক্তিয়ে তেওঁলোকৰ শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়।

গতিকে, কণী সঁচাকৈয়ে ষ্টেৰইডৰ দৰে নেকি? শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে? যদিও এইটো এতিয়াও বিতৰ্কৰ বিষয়। এভাৰেট নিজেই সম্পূৰ্ণ নিশ্চিত নহয় যদিও ভৱিষ্যতে এই পৰীক্ষাটো পুনৰ কৰাৰ সম্ভাৱনা আছে।

Recent News

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd