• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰ কাণ্ড : সামাজিক মাধ্যমত আপৰ ব্যাপক ট্ৰেণ্ডিং অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2023 3:50 pm
441
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি গোষ্ঠীগত সংঘৰ্ষই মণিপুৰ অশান্ত কৰি ৰখাৰ মাজতে শেহতীয়াকৈ দুগৰাকী মহিলাক গণ ধৰ্ষণৰ পিছত নগ্ন কৰি ৰাজপথেৰে লৈ যোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে।

এই অমানুষিক নির্যানতৰ বিৰুদ্ধে আজি সামাজিক মাধ্যমত বিজেপি চৰকাৰে সংঘৰ্ষ দমন কৰাত সম্পূর্ণ ব্যর্থ হোৱাৰ প্ৰতিবাদত ‘মণিপুৰক বচাওক’ শীৰ্ষক ব্যাপক ট্ৰেণ্ডিং অভিযান আৰম্ভ কৰে।

এই সম্পৰ্কে সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে – ৩০০ৰো অধিক লোকৰ মৃত্যু, ১ লাখৰো অধিক লোক গৃহহীন, হাজাৰ হাজৰ সেনা আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিত আজি ৭৮ দিন পিছত প্ৰধানমন্ত্ৰীয়ে মণিপুৰ প্ৰসংগত মুখ খুলিছে। তেওঁৰ দীৰ্ঘদিনৰ নীৰৱতালৈ চাই মণিপুৰবাসীয়ে য’তে আছে তাৰে পৰাই প্ৰধানমন্ত্ৰীক বিহীত ব্যৱস্থা ল’বলৈ কাতৰ অনুৰোধ কৰি আহিছিল। আজি মণিপুৰৰ ঘটনাই লজ্জিত কৰিছে সমগ্র দেশবাসীক। অমৃত কালত অষ্টলক্ষ্মীৰ দেশত নাৰীৰ সন্মান মুকলিকৈ নিলাম হৈছে। মহিলা, যুৱতীক বিব্ৰক্ত কৰি ৰাজপথৰ জন্তু জানোৱাৰতকৈ অধমভাৱে ভাষাহীন নির্যাতন চলোৱা হৈছে। মণিপুৰক বচোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়ত খৰতকীয়াভাৱে আইন-শৃংখলা ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন আছে। 

আপৰ সামাজিক মাধ্যমৰ সমন্বয়ক তাৰিক চৌধুৰীৰ নেতৃত্বত চলা টেণ্ডিং অভিযানত ‘মণিপুৰক ৰক্ষা কৰক’, ‘মণিপুৰলৈ শান্তি ঘূৰাই আনক’, ‘মণিপুৰত মহিলাক নিৰ্যাতন বন্ধ কৰক’ আদি শ্লোগানেৰে প্ৰধানমন্ত্ৰীক আৰু গৃহমন্ত্ৰীক মহিলাৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বৃহস্পতি বাৰে দিনৰ ২ বজাৰ পৰা এই ট্ৰেণ্ডিং অভিযান আহ্বান কৰে দলটোৱে। ইতিমধ্যে এই ট্ৰেণ্ডিঙে বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে বুলি মন্তব্য প্ৰকাশ কৰে তাৰিক চৌধুৰীয়ে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd