• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰি উদমাৰীত জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদানৰ দাবীত আছাৰ তীব্ৰ প্ৰতিবাদ

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
August 6, 2020 9:42 am
হ56হ
191
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত উদমাৰী অঞ্চলত আছাই এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰী সকলে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল মূৰ্দাবাদ, ভাৰত চৰকাৰ মূৰ্দাবাদ, বিজেপি চৰকাৰ মূৰ্দাবাদ, ন এষ্টি ন ভোট বিজেপি, আদিবাসী সকলক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক, আদি বিভিন্ন শ্লোগানেৰে এক উত্তাল পৰিৱেশ সৃষ্টি কৰি ৫ আগষ্টত চামগুৰি উদমাৰী চাৰি আলিত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে৷

যসদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৫ আগষ্টত আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ চামগুৰি উদমাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত আছা ননৈ শিয়াল বস্তি প্ৰাথমিক গোট সমিতিৰ উদ্যোগত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

কাৰ্যসূচীত আছাৰ সদস্য সকলে সামাজিক দূৰত্ব বজাই ৰাখি দীৰ্ঘদিনীয়া দাবী পূৰণৰ লগতে আদিবাসী জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰ বিচাৰি ২ ঘন্টীয়া মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

উক্ত কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পুৰন গঞ্জু, আছা নগাঁও জিলা সমিতিৰ শিক্ষা সম্পাদক বিন্দেশ্বৰ গঞ্জু, সহ:সাংস্কৃতিক সম্পাদক পবিত্ৰ ভূমিজ, আছা ননৈ শিয়াল বস্তি প্ৰাথমিক গোট সমিতিৰ সভাপতি আচাম হৰ সম্পাদক, প্ৰসাদ বড়াইক আৰু উদমাৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলৰ লগতে শতাধিক আছাৰ সদস‍্য উপস্থিত থাকে।

প্ৰতিবাদকাৰী সকলে অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠী সকলক ২০২১ চনৰ আগে আগে জনজাতিকৰণ প্ৰদান কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে৷

অন‍্যথা ২০২১ চনৰ বিধান সভা নিৰ্বাচনত চাহ বাগিচা তথা আদিবাসী অঞ্চল সমূহত বিজেপিৰ প্ৰৱেশ বন্ধ হ‘ব তথা আদিবাসী জনগোষ্ঠীক বিজেপি দলক ভোট নিদিবলৈ উৎখাত কৰিব বুলি দাবী কৰে৷

আনহাতে, চাহ শ্ৰমিকৰ মজুৰি ৩৫০/-টকালৈ বৃদ্ধি কৰা, আদিবাসী চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰাকে ধৰা অন্যান্য দাবী পূৰণৰ বাবে প্ৰতিবাদকাৰী সকলে দাবী উত্থাপন কৰে৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd