• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টংলাত আছু আৰু প্ৰাক্তন আছুৰ মাজত মুখামুখি সংঘাত; প্ৰাক্তন আছুক সভা পতাত বাধা আছু কৰ্মীৰ

চাজিদ খান, ওদালগুৰি by চাজিদ খান, ওদালগুৰি
June 6, 2022 7:19 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

419
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ টংলা বৰদলৈ ভৱনত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু অবিভক্ত দৰং জিলাৰ কেবাগৰাকীও ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাই সভাখনৰ নেতৃত্ব লৈছিল।

এই কথা বৰ্তমানৰ আছু কৰ্মীসকল অৱগত হোৱাৰ লগে লগে ক্ষোভিত হৈ পৰে আৰু সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে।

আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ বড়ো, প্ৰাক্তন আছু নেতা কমলেশ ডেকা, নিৰঞ্জন নাথ, বিদ্যুৎ প্ৰাণ চহৰীয়া ,ইদুল হক আদি কেন্দ্ৰীয় পৰ্য্যায়ৰ কেবাগৰাকীও প্ৰাক্তন নেতা সভালৈ আহি উপস্থিত হয়। ইয়াৰ উপৰিও অবিভক্ত দৰং জিলাৰ প্ৰাক্তন আছু নেতাও তাত উপস্থিত হয়।

ফটো: নৰ্থইষ্ট নাও।

তেওঁলোকে সভা অনুষ্ঠিত কৰাৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য আৰু আছুৰ বিতোপন দাস, পৰাগ চহৰীয়াৰ নেতৃত্বত অহা দুই শতাধিক আছু কৰ্মীয়ে বাধা প্ৰদান কৰে।ফলত টংলাত সেই স্থানত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

আছু নেতাৰ অভিযোগ অনুসৰি বিভিন্ন ৰাজনৈতিক দলত থকা প্ৰাক্তন আছু নেতা আৰু বহিস্কৃত নেতাৰে গঠিত এই সন্মিলনে আছুৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে আৰু কৰিব। প্ৰাক্তন আছু বুলি তেওঁলোকে লিখি লৈ সংগঠন কৰাৰ নৈতিক দায়িত্ব নাই বুলিও অভিযোগ কৰে ।

ফটো: নৰ্থইষ্ট নাও।

আনহাতে, প্ৰাক্তন সভাপতি প্ৰবীণ বড়োৱে এয়া আছুৰ লগত সংঘাতৰ বাবে নহয় সহযোগিতাৰ বাবেহে এই সন্মিলন গঠন কৰা হ’ব বুলি মন্তব্য কৰি জাতীয় ইছ্যুবোৰত সহযোগিতা কৰিব বুলি মন্তব্য কৰে ।

অৱশেষত আছুৰ বাধা ওফৰাবলৈ সক্ষম নহ’ল যদিও প্ৰাক্তন আছু নেতা-কৰ্মী সকল একত্ৰিত হ’ব বুলি প্ৰবীণ বড়োৱে মন্তব্য কৰে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd