• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ আছুৰ সভাপতিৰ

নীলমনি শর্মা by নীলমনি শর্মা
April 24, 2020 6:59 am
Screenshot_2020-04-24-00-07-34-302_com.mxtech.videoplayer.ad

কৃষ্ণাইত আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ব্যক্তিগত খণ্ড বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৫০শতাংশ মাচুল ৰেহাই দিয়াৰ ঘোষণা কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদ্য অসম ছাত্ৰ সন্থাই।

ছাত্ৰ-ছাত্ৰীসকলক ৫০শতাংশ মাচুল ৰেহাই দিলেই নহ’ব সম্পূৰ্ণ দুমাহলৈ ছাত্ৰ-ছাত্ৰীক ৰেহাই দিবলৈ দাবী জনাইছে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে। কিয়নো বিগত সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত মাচুলৰ বোজা দি আহিছে।

কৃষ্ণাইত উপস্থিত হৈ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰি কয় যে, ল’কডাউন খোলাৰ লগে লগে বিদ্যালয় সমূহত ছেনিটাইজেশ্যন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক দুটাকৈ মাস্ক আৰু বিদ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৬ মাহলৈকে কৰিব দাবী জনায় ৷

ইয়াৰ উপৰি ডিজেল-পেট্ৰ’লৰ মূল্য বৃদ্ধি আৰু গ্ৰাম্যঞ্চলত শাক-পাচলিৰ জুই ছাই দামৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি নাথে কয়,’’ আমি সদৌ অসম ছাত্ৰ সন্থাই ল’কডাউনৰ সময়ত চৰকাৰৰ প্ৰতিটো ক্ষেত্ৰতে সহযোগ কৰি আহিছোঁ কিন্তু মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাৱাতো আমি কেতিয়াও সহ্য নকৰো ৷ গতিকে মূল্য বৃদ্ধি পুণৰ হ্ৰাস কৰাৰ লগতে খেতিয়কক সকাহ দিবলৈ আহ্বান জনাও ৷’’

ইফালে লকডাউনৰ ১০ টা দিনত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ প্ৰতিটো Eঞ্চলিক আৰু মহকুমাৰ ছাত্ৰ কৰ্মকৰ্তা সকলে ধাৰাবাহিক ভাৱে ৰাইজৰ কাষত থাকি আৰ্তজনক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে চেনিটাইজেশ্যন কৰিব বুলি ঘোষণা কৰে ৷

আনহাতে, সামাজিক মাধ্যমত আছুক সমালোচনা কৰা কাৰ্য্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেনে অপপ্ৰচাৰক আছুয়ে ভ্ৰুক্ষেপ নকৰে বুলি উল্লেখ কৰে আছুৰ সভাপতিগৰাকীয়ে।

Tags: COVID-19
নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans
ADVERTISEMENT

Recent News

জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

August 13, 2025 3:50 pm
বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

August 13, 2025 3:11 pm
আঠ বছৰৰ ভিতৰত আটাইতকৈ নিম্ন মুদ্ৰাস্ফীতিৰ হাৰ! ৪%ৰ তললৈ নামিল খুচুৰা মুদ্ৰাস্ফীতি

আঠ বছৰৰ ভিতৰত আটাইতকৈ নিম্ন মুদ্ৰাস্ফীতিৰ হাৰ! ৪%ৰ তললৈ নামিল খুচুৰা মুদ্ৰাস্ফীতি

August 13, 2025 3:11 pm
মুনীন বৰকটকী স্মাৰক ন্যাসৰ ফেলশ্বিপ : লেখক-লেখিকাৰ পৰা পাণ্ডুলিপিৰ আহ্বান

মুনীন বৰকটকী স্মাৰক ন্যাসৰ ফেলশ্বিপ : লেখক-লেখিকাৰ পৰা পাণ্ডুলিপিৰ আহ্বান

August 13, 2025 3:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

August 13, 2025 3:50 pm
বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

August 13, 2025 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd