• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰৰোচনামূলক মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাক

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
January 31, 2019 8:07 am
v-7

সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত ড০ শৰ্মা : ফাইল ফটো নৰ্থ ইষ্ট নাও

2k
VIEWS
Share on FacebookShare on Twitter

আছুৰ ধেমাজি জিলা গোটে অসমৰ বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ ধেমাজি ভ্ৰমণৰ সময়চোৱাত কোনো প্ৰৰোচনামূলক মন্তব্য কৰাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনাইছে।

উল্লেখ্য যে মে-ডৈআম-মে-ফি উৎসৱত অংশগ্ৰহণ কৰিবলৈ আজি ৩১ জানুৱাৰি বৃহস্পতিবাৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ধেমাজিলৈ আহিব।

এটা সংবাদ বিজ্ঞপ্তি যোগে আছুৰ ধেমাজি গোটটোৱে ড০ শৰ্মাক দোষাৰোপ  কৰিছে যে তেওঁ নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ৰাজ্যখনত চলি থকা প্ৰতিবাদ মষিমুৰ কৰিবলৈ প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে।

ছাত্ৰ সংগঠনটোৱে ড০ শৰ্মাক এজন ফেচীবাদী চৰিত্ৰৰ নেতা বুলি অভিহিত কৰে আৰু মত প্ৰকাশ কৰে যে আগন্তুক নিৰ্বাচনত বিজেপি দল আৰু ড০ শৰ্মাই এটা অশান্তি জৰ্জৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজত পৰিব।

আছুৱে ধেমাজি চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত ড০ শৰ্মাৰ জুমুঠি ওলোমাই ৰাখিছে। উল্লেখ্য যে সোমবাৰে নলবাৰীত বিজেপিৰ গুণ্ডা বাহিনীয়ে আছুৰ সদস্যৰ ওপৰত সংঘটিত কৰা আক্ৰমণৰ প্ৰতিবাদত ধেমাজিত ধৰ্ণা কাৰ্যসূচীৰ আয়োজন কৰিছিল ছাত্ৰ সংগঠনটোৱে।

স্মৰ্তব্য নাগৰিকত্ব (সংশোধনী) বিধায়ক, ২০১৬ বিৰুদ্ধে যোৱা যে ২৭ জানুৱাৰিত আছু সদস্যসকলে নলবাৰীত বিজেপিৰ বৰমূৰীয়াসকললৈ ক’লা পতাকা জোকাৰিছিল। থানাৰ ভিতৰতেই আছুৰ পতাকাক অসন্মান কৰাৰ লগতে আছু কৰ্মীসকলক মাৰধৰ কৰাৰ বাবে আছুৰ নেতৃবৃন্দই বিজেপিৰ গুণ্ডা বাহিনীক তীব্ৰ ভাষাৰে ককৰ্থনা কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd