• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজহুৱা ধনৰ অপচয়! ব্যৱহাৰ নকৰাকৈয়ে জহিখহি গৈছে ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ধুবুৰীৰ আম্বেদকাৰ ভৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 8:17 pm
93
VIEWS
Share on FacebookShare on Twitter

অনুসূচিত জাতি কল্যাণ বিভাগে ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ধুবুৰীস্থিত আম্বেদকাৰ ভৱন পৰিত্যক্ত আৰু জৰাজীৰ্ণ অৱস্থাত ৰখা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 ড০ ভীমৰাও ৰামজী আম্বেদকাৰক সন্মানাৰ্থে নিৰ্মাণ কৰা এই ভৱনটোৰ অৱহেলা আৰু ৰাজহুৱা ধনৰ অপচয়ৰ বাবে জনসাধাৰণৰ ক্ষোভিত হৈ পৰিছে। ভৱনটোৰ সীমাৰ দেৱাল আৰু সংযোগী পথ নিৰ্মাণৰ বাবে প্ৰায় ১০ লাখ টকা অতিৰিক্ত আবণ্টন দিয়াৰ পিছত ২০১৫ চনত সম্পূৰ্ণ হোৱাৰ পিছৰে পৰা অব্যৱহৃত হৈ আছে এই ভৱনটো।

ধুবুৰীৰ উপ আয়ুক্তৰ পত্ৰত ভৱনটো সম্পূৰ্ণ হোৱাৰ লগতে মহকুমা কল্যাণ বিষয়াক গতাই দিয়াটো নিশ্চিত কৰা হৈছে যদিও ভৱনটো খালী হৈয়ে আছে।

ভৱনটোৰ  চাৰিওফালে অত্যধিক গছ-গছনি  আবৰি ধৰাৰ লগতে আৰু ৰক্ষণাবেক্ষণৰ অভাৱত জেনেৰেটৰৰ অৱক্ষয়কে ধৰি বহু সম্পদৰ ক্ষতি হোৱাৰ লগতে চুৰি কাণ্ডও সঘটিত হৈছে।  তদুপৰি ড° আম্বেদকাৰৰ কোনো প্ৰতিমূৰ্তি নথকাৰ বাবে প্ৰকল্পটোৰ উদ্দেশ্যক লৈও অধিক উদ্বেগ প্ৰকাশ কৰিছে ৰাইজে।

আম্বেদকাৰ ভৱনৰ অৱহেলাৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনক জবাবদিহি কৰিব লৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে অট্টালিকাটো পুনৰ সংস্থাপন আৰু সমাজৰ সুবিধাৰ কাৰণে সঠিক ব্যৱহাৰৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’বলৈও আহ্বান জনাইছে৷

Recent News

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd