• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্ত্ৰী ভৱেশ কলিতাৰ সমুখ সমৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 29, 2019 6:37 pm
Abhi Bhabe
2.1k
VIEWS
Share on FacebookShare on Twitter

যোৱা শনিবাৰে মন্ত্ৰী ভৱেশ কলিতাৰ ছত্ৰছায়াত জলসিঞ্চন বিভাগত চাকৰিৰ বজাৰ বহা বুলি অভিযোগ অনা এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ হুংকাৰ দিছিল জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকীয়ে। তদুপৰি, শৰ্মাক আজি দিনৰ ২ বজাৰ ভিতৰত তেওঁৰ হাতত থকা তথ্য ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

মন্ত্ৰী কলিতাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। এই কথা নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত শৰ্মাই জানিবলৈ দিয়ে। কাইলৈ বা পৰহিৰ ভিতৰত সংবাদমেল পাতি দুৰ্নীতি তথা কেলেংকাৰিৰ তথ্য ফাদিল কৰিব বুলিও শৰ্মাই আমাৰ আগত কয়।

‘’তেওঁ সংবাদমেল দিব বুলিয়েই মই ৰখি থকা নাই নহয়, আজি মই ব্যক্তিগত অলপ কামত ব্যস্ত আছো। আমাৰ হিচাপত আমি গোটেই তথ্য জমা দিম বা ৰাজহুৱা কৰিম। ভৱেশ কলিতাৰ লগত মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই,‘’-নৰ্থইষ্ট নাওৰ  আগত শৰ্মাই এইদৰে কয়।

ইপিনে, জলসিঞ্চন বিভাগত সংঘটিত হৈ থকা খেলি-মেলিৰ সৈতেহে তেওঁৰ শত্ৰুতা আছে বুলি শৰ্মাই মন্তব্য কৰে।

‘’আমাৰ শত্ৰুতা আছে বিভাগীয় খেলি-মেলিৰ লগত। বিভাগত হৈ থকা খেলি-মেলিবোৰ যদি তেওঁ দূৰ কৰে বা মনেশ্বৰ ডেকাৰ নিচিনা অকৰ্মণ্য মানুহক, যিজন মানুহ এটা সময়ত ৰকিবুল হুছেইনৰ সোঁহাত আছিল, তেনেকুৱা মানুহ এজনক কাষত বহাই লৈছে। যদি তেওঁক অ’ এছ ডি পদৰ পৰা বহিস্কাৰ কৰে, তেন্তে আমাৰ ক’বলগীয়া একো নাই। মনেশ্বৰ ডেকা বিভাগটো ধ্বংস কৰিবলৈ আহিছে,’‘-শৰ্মাই কয়।

উল্লেখযোগ্য যে, দুৰ্নীতিৰ তথ্য-প্ৰমাণ দাখিল কৰিব পাৰিলে শৰ্মাক মন্ত্ৰী কলিতাই দিচপুৰ প্ৰেছ ক্লাৱত পাটৰ গামোছা পিন্ধাই শুভেচ্ছা জ্ঞাপন কৰিম বুলি উল্লেখ কৰিছিল।

ইয়াৰে প্ৰতিক্ৰিয়া হিচাপে শৰ্মাই কয়, ‘’যদি তেওঁ ডেকাৰ দৰে অকৰ্মণ্য লোকজনক আঁতৰ কৰিব পাৰে, তেন্তে আধা ঘন্টাৰ ভিতৰত তেওঁৰ দিচপুৰ আৱাস গৃহত গৈ চেলেং-চাদৰ গামোছা পিন্ধাই এজন ভাল মন্ত্ৰী হিচাপে স্বীকৃতি দিম।‘’

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কৰা এক মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে জলসিঞ্চন বিভাগত বিজেপি চৰকাৰৰ দিনত হোৱা নাই কোনো উন্নয়নমূলক কাম। কিয়নো কলিতা মন্ত্ৰী হোৱাৰে পৰা বৰ্তমানলৈকে কেন্দ্ৰৰ পৰা কোনোধৰণৰ পুঁজিৰ আৱন্টন হোৱা নাই বুলি আজি অকপটে স্বীকাৰ কৰে মন্ত্ৰীজনে।

Recent News

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd