• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

উৎসৱৰ বতৰত আমেৰিকাত ধৰ্মঘটত বহিল প্ৰায় ১৫ হাজাৰ কৰ্মচাৰী : লোকচানৰ সন্মুখীন দুটা বিখ্যাত কোম্পানী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 22, 2024 4:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰদিনৰ পূৰ্বে আমাজন (ষ্টাৰবাকছ)ৰ দৰে জনপ্ৰিয় কোম্পানীৰ শ্ৰমিকৰ ধৰ্মঘটৰ বাবে চিন্তিত হৈ পৰিছে আমেৰিকা প্ৰশাসন।

এই উৎসৱৰ বতৰত শ্ৰমিকসকলে ধৰ্মঘট এৰি কামলৈ ঘূৰি নাহিলে কোম্পানীসমূহে বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে।

আমাজনৰ প্ৰায় ৭,০০০ গিগ কৰ্মীয়ে আৰু ষ্টাৰবাকছৰ প্ৰায় ৮,০০০ শ্ৰমিকে মজুৰি বৃদ্ধি, কৰ্মক্ষেত্ৰৰ অৱস্থা উন্নত কৰা, আৰু নিশ্চিত সুবিধাকে ধৰি একাধিক দাবীৰ বাবে ধৰ্মঘটৰ আহ্বান জনাইছে। লগতে ৫ দিনলৈ এই ধৰ্মঘট অব্যাহত থাকিব বুলিও সকীয়াই দিছে।

দীৰ্ঘদিন ধৰি মালিকসকলে দাবী পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে। ইফালে মজুৰি বৃদ্ধি হোৱা নাই।

🚨 BREAKING: The Teamsters Union has launched the largest strike against Amazon in U.S. history. 🚨

Amazon has forced this strike by refusing to follow the law and bargain with the thousands of Amazon workers who organized with the Teamsters.

Now, Amazon Teamsters at facilities… pic.twitter.com/9gRej7GANm

— Teamsters (@Teamsters) December 19, 2024

উল্লেখ্য যে এই বছৰত এতিয়ালৈকে ষ্টাৰবাকছে প্ৰায় ১০ কোটি ডলাৰ লাভ কৰিছে যদিও শ্ৰমিকৰ মজুৰি একেই আছে। সেইবাবেই তেওঁলোকে ধৰ্মঘটৰ পথ বাছি লৈছে।

জানিব পৰা মতে, আমেৰিকাৰ চিকাগো, লছ এঞ্জেলছৰ দৰে বৃহৎ চহৰৰ কৰ্মচাৰীসকলে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব।

We’ve seen so many corporations undermine and disrespect workers, and we’ve had enough.

We demand @Starbucks & @amazon respect their workers with fair contracts and end all ULPs! #NoContractNoCoffee #SolidaritySeason

Show your support now > https://t.co/Q0iB4GyH0o pic.twitter.com/6L8r2mtIWL

— SEIU (@SEIU) December 20, 2024

শ্ৰমিক সংঘৰ সূত্ৰ অনুসৰি ধৰ্মঘটৰ পৰিসৰ বৃদ্ধি পাব। ষ্টাৰবাকছ ৱৰ্কাৰছ ইউনাইটেডৰ মতে, এই ধৰ্মঘটৰ ফলত আমেৰিকাৰ আন ৫০০টা স্থানত প্ৰভাৱ পৰিব।

ষ্টাৰবাকছৰ কৰ্মীৰ লগতে আমাজনৰ গিগ কৰ্মীসকলেও ধৰ্মঘট কৰিছে। শ্ৰমিক সংগঠন ‘টিমষ্টাৰছ’ই কয় যে তেওঁলোকৰো একে সমস্যা আছে। তেওঁলোকৰ দৰমহা বৃদ্ধি হোৱা নাই।

BREAKING: @Starbucks baristas with @sbworkersunited are ON STRIKE nationwide, this striking store launched their picket line in LA.

This comes the day after Amazon workers with @AmazonTeamsters launched a nationwide strike.

Don't cross the picket line.#NoContractNoCoffee pic.twitter.com/si5bcKZ8Ed

— California Fast Food Workers Union (@CAFastFoodUnion) December 20, 2024

টিমষ্টাৰছৰ সভাপতি শ্বেন অ’ব্ৰাইনে কয় যে, ‘ধৰ্মঘটৰ সময়ছোৱাত গ্ৰাহকৰ ডেলিভাৰী সময়মতে নহ’লে আমাজন দায়বদ্ধ হ’ব। কাৰণ আমাজন কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰিব নিবিচাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm
ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

September 19, 2025 5:55 pm
NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm
ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

September 19, 2025 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd