• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰলাৰ সংসাৰ! বিয়াৰ বাবে কইনা পোৱা নাই চীনৰ প্ৰায় ৩ কোটি বিবাহযোগ্য পুৰুষে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 2:26 pm
Chinese youth
580
VIEWS
Share on FacebookShare on Twitter

বিবাহযোগ্য পুৰুষৰ সংখ্যা বহুত যদিও কইনা পোৱা নাই। যাৰ বাবে চীনৰ প্ৰায় ৩কোটি যুৱক অবিবাহিত হৈ ৰৈছে।

দেশখনত যিমান পুৰুষ অবিবাহিত হৈ ৰৈছে বহু দেশৰ জনসংখ্যাই সিমান নাই। শেহতীয়া এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

চীনত সাধাৰণতে পুত্ৰ সন্তানক প্ৰাধান্য দি অহা হৈছে। কিন্তু পৰিস্থিতি এতিয়া সলনি হৈছে। কন্যা সন্তানৰ সংখ্যাও বৃদ্ধি পাইছে।

চীনৰ মৰ্নিং প’ষ্টৰ এক সমীক্ষা অনুসৰি দেশখনৰ পুৰুষসকলৰ কইনাৰ অভাৱত বিয়াৰ সমস্যাৰ সোনকালেই অৱসান ঘটিব।

চীনৰ জনসংখ্যা তথ্য অনুসৰি যোৱা বছৰ ১কোটি ২০লাখ সন্তানৰ জন্ম হৈছে। ইয়াৰ ভিতৰত পুত্ৰ আৰু কন্যাৰ অনুপাত হৈছে ১১৩.৩ : ১০০। ২০১০চনৰ পৰিসংখ্যা অনুসৰি এই অনুপাত আছিল ১১৮.১ : ১০০।

এগৰাকী গৱেষকৰ মতে,’’চীনত সাধাৰণতে পুৰুষসকলে নিজৰ বয়সৰ তুলনাত কম বয়সীয়া ছোৱালীৰ পত্নী হিচাপে গ্ৰহণ কৰে। দেশখনত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কম বুলিয়েই এয়া হৈছে।‘’

আন এগৰাকী গৱেষকৰ মতে,’’যোৱা বছৰ যি ১কোটি ২০লাখ সন্তানৰ জন্ম হৈছে তাৰ ভিতৰত কমেও ৬লাখ পুৰুষে বিবাহৰ সময়ত কইনা নাপাব।‘’

চীনত ১৯৭৯ চনত এটি সন্তানৰ নীতি কাৰ্যকৰী কৰা হয়। সেয়া ২০১৬চনত পুনৰ প্ৰত্যাহাৰ কৰা হয়। সমীক্ষা অনুসৰি বৰ্তমান প্ৰতি চীনৰ নাৰীৰ সন্তান ধাৰণৰ হাৰ ১.৩ যিটো বৃদ্ধি হৈ ২.১ হ’লেহে নাৰী-পুৰুষৰ ভাৰসাম্য বজাই থাকিব।

সমীক্ষাত কোৱা হৈছে যে নিম্ন মধ্যবিত্ত পৰিয়ালৰ পুৰুষসকলে কইনা পোৱাত সমস্যাৰ সৃষ্টি হৈছে।

চীনৰ অত্যাধিক জনসংখ্যা ৰোধ কৰাৰ বাবে এক সন্তানৰ নীতি গ্ৰহণ কৰা হৈছিল যদিও সেয়া এতিয়া উঠাই লোৱা হৈছে। বিয়াৰ বাবে চীনৰ পুৰুষসকলে কইনা পোৱাৰ সমস্যাটোও অহা কেইবছৰমানৰ ভিতৰতে সমাধা হ’ব বুলি আশা কৰা হৈছে।

Recent News

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd