• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক বড়োলেণ্ডৰ দাবীত নতুন দিল্লীৰ যন্তৰ-মন্তৰত এবছুৰ ধৰ্ণা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2018 4:48 pm
j-750x375

নতুন দিল্লীৰ যন্তৰ-মন্তৰত পৃথক ৰাজ্যৰ দাবীত বৃহস্পতিবাৰে এবছুৰ ধৰ্ণা। ফটো : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল বড়ো ছাত্ৰ সন্থাএ (এবছু) এখন পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত বৃহস্পতিবাৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। দেশৰ আন আন পৃথক ৰাজ্যৰ দাবীদাৰ সংগঠনৰ সৈতে একেলগে নিখিল বড়ো ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাৱ্যস্ত কৰে।

নেশ্যনেল কনফেডাৰেশ্যন ফৰ নিউ ষ্টেটছৰ উদ্যোগত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে নতুন দিল্লীৰ সাংসদ মাৰ্গ উত্তাল কৰি তোলে। নেতাসকলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক তেওঁলোকৰ ‘মিছা প্ৰতিশ্ৰুতি’ প্ৰদানৰ বাবে দোষাৰোপ কৰে।

‘নৱ ভাৰতৰ বাবে নতুন ৰাজ্য’ শ্ল’গানেৰে প্ৰতিবাদত সাৱ্যস্ত কৰা  প্ৰতিবাদকাৰীসকলে শীঘ্ৰে পৃথক ৰাজ্যৰ দাবী মানি নল’লে আগন্তুক সাধাৰণ নিৰ্বাচনত ইয়াৰ বাবে ভয়াৱহ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলিও হুংকাৰ দিয়ে।

‘’বিজেপিয়ে ২০১৪’ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত আমাক এখন পৃথক বড়োলেণ্ড প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি নাৰাখিলে,’’-এবছুৰ সভাপতি প্ৰমোদ বড়োই এইদৰে কয়।

১৯৬০ চনতে উত্থাপিত হোৱা বড়োসকলৰ বাবে এখন পৃথক ৰাজ্যৰ দাবী যোৱা বছৰ কেন্দ্ৰৰ সন্মুখত পুনৰ উত্থাপিত কৰা হৈছিল।

‘’সেই বৈঠকখনত গৃহমন্ত্ৰী গৰাকীয়ে আমাক কৈছিল যে পৃথক ৰাজ্যৰ বাবে আমাৰ দাবীটো এটা পুৰণি দাবী, সেয়া সকলোৱে জানে। কেন্দ্ৰই এই দাবীৰ যথাৰ্থতা নিশ্চিতভাৱে বিচাৰ কৰিব। ইয়াৰ বাবে তেওঁ কিমান দিন ল’ব বুলি যেতিয়া আমি সুধিছিলো, তেওঁ আমাক আলোচনা চলাই নিয়া হ’ব বুলি আশ্বাস দিছিল। কিন্তু তাৰ পাছত এটা বছৰতকৈয়ো অধিক সময় পাৰ হৈ গ’ল,’’-প্ৰমোদ বড়োই কয়।

এবছুৰ সভাপতি গৰাকীয়ে লগতে কয়, ‘’অসমৰ বড়োসকলক প্ৰেচাৰ কুকাৰসদৃশ পৰিৱেশত আবদ্ধ কৰি থোৱা হৈছে।‘’

আনহাতে, নতুন দিল্লীত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী পূৰণ নকৰালৈকে আন্দোলন চলাই নিয়াৰ কথা ব্যক্ত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd