• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2025 9:08 am
261
VIEWS
Share on FacebookShare on Twitter

গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ! খবৰ অনুসৰি পাকিস্তানৰ সেনাধ্যক্ষ জেনেৰেল আছিম মুনিৰক সামৰিক বাহিনীৰ ভিতৰৰ এটা ফৈদে গ্ৰেপ্তাৰ কৰাৰ পাছত অপসাৰণ কৰা বুলি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে।

পাকিস্তান সেনা বা চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই যদিও বাতৰি অনুসৰি লেফটেনেণ্ট জেনেৰেল ছাহিৰ শ্বামছাদ মিৰ্জাই পাকিস্তানৰ নতুন সেনা প্ৰধানৰ দায়িত্ব ল’ব পাৰে।

বাতৰি অনুসৰি পাকিস্তান সেনাৰ জ্যেষ্ঠ আৰু মধ্যম পদবীৰ বিষয়া-কৰ্ণেল, মেজৰ আৰু কেপ্তেইনৰ এটা দলে হয়তো জেনেৰেল আছিম মুনিৰৰ পদত্যাগৰ দাবীত এখন পত্ৰ লিখিছে। পত্ৰখনত মুনিৰে ৰাজনৈতিক মতানৈক্যক নীৰৱ কৰিবলৈ, সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস কৰা, পাকিস্তানৰ চলি থকা ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট আৰু অধিক ভয়াৱহ কৰাৰ বাবে সামৰিক বাহিনী ব্যৱহাৰ কৰা বুলি সমালোচনা কৰা হৈছে।

২০২২ চনৰ নৱেম্বৰ মাহত চিঅ’এএছৰ ভূমিকা গ্ৰহণ কৰা জেনেৰেল মুনিৰে ২২ এপ্ৰিলত কাশ্মীৰত সংঘটিত হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ভাৰতৰ প্ৰতিশোধমূলক অপাৰেশ্যন সিন্দূৰৰ ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ বাবে তীব্ৰ নিৰীক্ষণৰ সন্মুখীন হৈছে। বাতৰি অনুসৰি ভাৰত-পাকিস্তান সংঘাত চম্ভালাৰ ক্ষেত্ৰত আভ্যন্তৰীণ সামৰিক মতানৈক্য আৰু জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ বাবে শ্বেহবাজ শ্বৰীফ চৰকাৰে মুনিৰৰ ঠাইত মিৰ্জাক নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছে।

Recent News

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd