• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাণক্যৰ দুটা সৰু পৰামৰ্শ; জীৱনত আৰু আধৰুৱা নহ’ব আকাশলংঘী সফলতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2023 7:13 am
381
VIEWS
Share on FacebookShare on Twitter

প্ৰতিজন ব্যক্তিয়ে জীৱনত সফল হ’ব বিচাৰে কিন্তু সেই সফলতাৰ পথ একেবাৰে সহজ নহয়। মানৱ জীৱন উত্থান-পতন আৰু প্ৰত্যাহ্বানৰে ভৰা। সফল হ’ব বিচাৰিলে জীৱনৰ উত্থান-পতনৰ মাজেৰে পাৰ হ’ব লাগিব। জীৱনৰ বহু কথাৰ দৰেই মহামুনি চাণক্যৰো এই সফলতাৰ সমীকৰণৰ বিষয়ে নিজস্ব নীতি আছে।

চাণক্যৰ নীতিয়ে মানুহক সফলতাৰ পথত সঠিক দিশ নিৰ্দেশনা কৰে। সফল হোৱাৰ মূলতঃ দুটা উপাদান লাগে। পথটো সহজ নহয় যদিও বিচাৰি পোৱা যায়, এয়াই চাণক্যৰ নীতিৰ সাৰমৰ্ম। ভয়ৰ বিৰুদ্ধে যুঁজি সফল হ’বলৈ অতি গুৰুত্বপূৰ্ণ কথাবোৰ আঙুলিয়াই দিছে। অৱশ্যে যুঁজ এৰি পলাই যোৱাৰ কোনো পথ দেখুওৱা নাই।

কঠোৰ পৰিশ্ৰম

চাণক্যই কয় যে যিসকলে কঠোৰ পৰিশ্ৰম কৰিব পাৰে, তেওঁহে সফলতাৰ সুখ পায়। কঠোৰ পৰিশ্ৰম অবিহনে প্ৰগতি সম্ভৱ নহয়। এনে পৰিস্থিতিত কাম কৰিবলৈ ভয় কৰা ব্যক্তিয়ে সদায় সংগ্ৰাম কৰিবলগীয়া হয়, কিন্তু সফল নহয়। চাণক্যৰ মতে এনে লোকক মা লক্ষ্মীয়ে কৃপা নকৰে আৰু তেওঁলোকে গোটেই জীৱন কেবল ধনৰ কামনাহে কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সঠিক লক্ষ্যত উপনীত হোৱা সম্ভৱ

সমালোচনা

সমালোচনাই মানুহক প্ৰৰোচিত কৰে, আনকি বিৰক্তও কৰে। কিন্তু সফলতা বিচৰাসকলে এই সমালোচনাক মূৰত উঠি নাচিবলৈ নিদিয়ে। চাণক্যৰ মতে লক্ষ্যত উপনীত হোৱাৰ বাটত নিশ্চিতভাৱে এনে এটা সময় আহিব যেতিয়া আপোনাৰ কামৰ সমালোচনা কৰা হ’বই। এই সমালোচনাত ভয় কৰা ব্যক্তিয়ে নিজৰ গন্তব্য স্থান পাব নোৱাৰে।

সমালোচনা সফলতাৰ বাধা হৈ পৰাটো অতি সহজ, কিন্তু ইতিবাচকভাৱে ল’লে ই এক শক্তি। সমালোচনাত উত্তেজিত হ’লেই ভুল পদক্ষেপ লোৱাৰ সম্ভাৱনাৰ সৃষ্টি হয় আৰু আপোনাৰ প্ৰতিদ্বন্দ্বী সকলে এই সুযোগতে আপোনাৰ সফলতাৰ পথত কাঁইট সিঁচিব। গতিকে এই ভুল কেতিয়াও নকৰিব।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd