• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CAB গৃহীত হ’লে মই নিজকে মুছলমান বুলি ঘোষণা কৰিম : হৰ্ষ মাণ্ডাৰ

"এন আৰ চি আৰু বিধেয়কখনে ভাৰত বিভাজনৰ দুঃস্বপ্নক মানুহৰ মনলৈ পুনৰ তুলি আনিব"

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2019 12:57 pm
Harsh Mander

মানৱ অধিকাৰ কৰ্ম হৰ্ষ মাণ্ডাৰ। ফটোৰ উৎস : ইণ্টাৰনেট।

852
VIEWS
Share on FacebookShare on Twitter

অসাংবিধানিক, অগণতান্ত্ৰিক আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন চৰকাৰে গৃহীত কৰিলে নিজৰ হিন্দু পৰিচয় ত্যাগ কৰি এজন মুছলমান হিচাপে ঘোষণা কৰিব সমাজকৰ্মী, মানৱ অধিকাৰ কৰ্মী, লেখক, প্ৰাক্তন আই এ এছ বিষয়া হৰ্ষ মাণ্ডাৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম একাংশক নিজৰ ভাষ্য দি মাণ্ডাৰে এন আৰ চি আৰু বিধেয়কখনে ভাৰত বিভাজনৰ দুঃস্বপ্নক মানুহৰ মনলৈ পুনৰ তুলি আনিব বুলি কয়।

চৰকাৰৰ এনেকুৱা কামৰ বিৰুদ্ধে অসহযোগৰ পন্থাক এপাট অস্ত্ৰ হিচাপে লোৱাৰ পোষকতা কৰি মাণ্ডাৰে দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰিলেও তেওঁ কোনো নথি জমা নিদিয়ে বুলিও মন্তব্য কৰে।

এটা টুইটত মানৱ অধিকাৰকৰ্মীজনে কয়, “মই কোনো নথি-পত্ৰবিহীন নাগৰিকত্বহীন মুছলমানৰ সৈতে একেই শাস্তি দাবী কৰিম” আৰু তেওঁ এই আইন অমান্য আন্দোলনত যোগাদানৰ আহ্বান দিয়ে।

লগতে পঢ়ক জাতিতকৈ ধৰ্ম ডাঙৰ নহয়!; হিন্দু ধৰ্ম ত্যাগ কৰিম বুলি শপত ল’লে বহু সংখ্যক যুৱকে

মাণ্ডাৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত বিশিষ্ট নিৰীক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল যদিও আয়োগত তেওঁৰ ভূমিকা “গুৰুত্বহীন” উপলব্ধ কৰি ২০১৮ চনত তাৰ পৰা পদত্যাগ কৰিছিল।

If CAB is passed, this is my civil disobedience:
I will officially register Muslim. I will then refuse to submit any documents to NRC. I will finally demand the same punishment as any undocumented Muslim- detention centre & withdrawn citizenship.
Join this civil disobedience

— Harsh Mander (@harsh_mander) December 10, 2019

মানৱ অধিকাৰ কৰ্মী মাণ্ডাৰেই অসমৰ ডিটেইনশ্যন কেম্পবোৰত বন্দীসকলৰ দুৰ্দশাক লৈ উচ্চতম ন্যায়ালয়ত এটা নিজাববীয়া গোচৰ তৰিছিল, যিটোৰ শুনানি লৈ শীৰ্ষ আদালতখনে অসম চৰকাৰক ইয়াৰ ওপৰত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছিল। এই গোচৰ চালিজাৰি চাই উচ্চতম ন্যায়ালয়ে অনিৰ্দিষ্টকালীনভাৱে আবদ্ধ কৰি ৰখাত বাৰণ কৰিছিল আৰু তিনিবছৰ পূৰ্ণ হোৱাসকলক চৰ্তৰ আধাৰত মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ কৰিব পাৰি যে আগৰখন বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিব খোজোতে কাৰ্বি আংলঙত বহু সংখ্যক যুৱকে বিধেয়ক গৃহীত হ’লে হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ হুংকাৰ দিছিল।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd