• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০০ কোটিৰ বিত্তীয় কেলেংকাৰীৰ গোচৰত অভিনেতা প্ৰকাশ ৰাজক ক্লীন চিট ইডিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2023 5:31 pm
প্ৰকাশ ৰাজ। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰকাশ ৰাজ। ফাইল ফটোঃ সংগ্ৰহীত।

1.3k
VIEWS
Share on FacebookShare on Twitter

১০০ কোটি টকাৰ পঞ্জী স্কিম কেলেংকাৰিৰ গোচৰত অভিনেতা প্ৰকাশ ৰাজক ক্লিন চিট দিছে ইডিয়ে। প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ৰ মতে, তিৰুচিৰাপল্লীৰ অলংকাৰ নিৰ্মাণ কোম্পানীটোৰ বিত্তীয় লেনদেনত দক্ষিণৰ অভিনেতাজন কোনো কাৰণতে জড়িত নহয়।

২০ নৱেম্বৰত প্ৰৱৰ্তনসঞ্চালকালয়ে তিৰুচিৰাপল্লীস্থিত অলংকাৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত প্ৰকাশ ৰাজক চমন কৰিছিল। ১০০ কোটি টকাৰ পঞ্জী আঁচনিৰ তদন্তত তেওঁক জেৰাৰ বাবে মতা হৈছিল। সেই নিৰ্দেশ অনুসৰি ৫ ডিচেম্বৰত চেন্নাইৰ ইডি কাৰ্যালয়ত হাজিৰ হৈছিল প্ৰকাশ ৰাজ। ইডিয়ে সোধা-পোছাৰ অন্তত দক্ষিণৰ অভিনেতাগৰাকীক ক্লিন চিট দিছে।

লগতে পঢ়কঃ ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ সময়তে ফিট হৈ উঠিব ঋষভ পন্ত! তেওঁ এতিয়া কিমান সুস্থ?

উল্লেখ্য যে ১০০ কোটি টকাৰ আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হোৱা অলংকাৰ নিৰ্মাতা কোম্পানীটোৱে সাধাৰণ মানুহক সোণ কিনি বজাৰত বিনিয়োগ কৰাৰ বিনিময়ত বিপুল ধন ঘূৰাই দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় ১০০ কোটি টকা সংগ্ৰহ কৰিছিল।

এই জালিয়াতিৰ তদন্তৰ বাবে প্ৰকাশ ৰাজক ইডিয়ে মাতিছিল। কাৰণ কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে প্ৰকাশক কেইবাবাৰো দেখা গৈছিল। অভিনেতা প্ৰকাশ ৰাজক কোম্পানীটোৰ সৈতে হোৱা সকলো বিত্তীয় লেনদেনৰ নথি-পত্ৰ চেন্নাইৰ ফেডাৰেল এজেন্সীত জমা দিবলৈ নিৰ্দেশ দিয়া হয়। অভিনেতাগৰাকীয়ে ডিচেম্বৰৰ প্ৰথম সপ্তাহত উপস্থিত হৈছিল। এইবাৰ সেই ক্ষেত্ৰত প্ৰকাশক ক্লীন চিট দিলে ইডিয়ে।

লগতে পঢ়কঃপুনৰ ক’ভিড! কেৰালাত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN.1

অভিনেতা প্ৰকাশ ৰাজ সদায় মুখৰ ব্যক্তি। ৰাজনৈতিক বিষয় হওক বা সামাজিক পৰিস্থিতি হওক বা চলচ্চিত্ৰ জগতৰ যিকোনো পৰিস্থিতিয়েই হওক, অভিনেতাৰ প্ৰতিবাদী কণ্ঠ শুনা যায়। বিশেষকৈ ‘পঞ্জি আঁচনি’ কেলেংকাৰীত ইডিয়ে মাতি অনা দক্ষিণৰ তাৰকাগৰাকীয়ে গেৰুৱা শিৱিৰক সমালোচনা কৰাৰ সুযোগ কেতিয়াও নেহেৰুৱায়।

Recent News

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও ২১ জন লোকৰ মৃত্যু

দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও ২১ জন লোকৰ মৃত্যু

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd