• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী: আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতন গোচৰত ৰাজ্যপালৰ দ্বাৰস্থ অভিনেতা বিজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 3:24 pm
204
VIEWS
Share on FacebookShare on Twitter

আন্না বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ অভিযান্ত্ৰিক ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিৰোধীয়ে ডিএমকে চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। অভিনেতা তথা ৰাজনীতিবিদ বিজয়ে সোমবাৰে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি এই পৰিস্থিতিত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

যোৱা বুধবাৰে বিজয়ে এক্স হেণ্ডেলত পোষ্ট কৰি আন্না বিশ্ববিদ্যালয়ৰ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ এই বিষয়টোক আচৰিত আৰু বেদনাদায়ক বুলি অভিহিত কৰে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বিজয়ে আন্দোলন কৰে।

শনিবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গঠন কৰে এক বিশেষ তদন্তকাৰী দল। একে সময়তে ভুক্তভোগী ছাত্ৰীগৰাকীক ২৫ লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া হৈছে। সোমবাৰে ২৩ ডিচেম্বৰত আন্না বিশ্ববিদ্যালয়ৰ চৌহদত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা হৈছিল। ঘটনাৰ তদন্তৰ বাবে মহিলা আইপিএছ বিষয়াৰ সৈতে এখন আসন গঠনৰ নিৰ্দেশ দিয়ে আদালতে।

টিভিকে প্ৰধানেও লিখিছে যে নিৰ্ভয়া পুঁজিৰ পৰা ধন খৰচ কৰি বিশ্ববিদ্যালয় চৌহদত চিচিটিভি কেমেৰা, জৰুৰীকালীন বুটাম আৰু টেলিফোন স্থাপন কৰিব লাগে। ইয়াৰ উপৰিও ৰাজ্যৰ অন্যান্য মহিলাসকলৰ সুৰক্ষাৰ কথা বিবেচনা কৰি তেওঁ মোবাইল এপ আৰু জৰুৰীকালীন নম্বৰ মুকলি কৰিবলৈ আহ্বান জনায়।

২৩ ডিচেম্বৰত তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ত দ্বিতীয় বৰ্ষৰ এগৰাকী অভিযান্ত্ৰিক ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ১৯ বছৰীয়া কিশোৰীগৰাকীয়ে চেন্নাই আৰক্ষীক জনোৱা মতে, প্ৰেমিকৰ সৈতে বিশ্ববিদ্যালয়খনৰ হাইৱে লেবৰেটৰীৰ পিছফালে থকা ঠাইলৈ গৈছিল। হঠাৎ দুজন অচিনাক্ত ব্যক্তিয়ে তেওঁলোকক আক্ৰমণ কৰে। কেৱল যৌনতা বুলি ক’লে ভুল হ’ব। অভিযুক্তই সেই সময়ৰ আপত্তিজনক ছবি মোবাইলত ৰাখিছিল। অভিযোগ উঠিছে যে বিষয়টো বেলেগক জনালে মৃত্যুৰ ভাবুকিও দিয়া হৈছিল।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd