• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না আক্ৰান্তৰ শুশ্ৰুষাৰ বাবে নাৰ্ছ হ’ল এগৰাকী অভিনেত্ৰী; হাস্পাতলত ব্যস্ত ৰোগীৰ সেৱাত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 2:35 pm
shikha-7-555_032920011404 9

অভিনেত্ৰী শিল্পা মালহোত্ৰা।

10.7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰনা ভাইৰাছ আতংকৰ পাছত লোকসকলে নিজৰ ঘৰতে আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে। ইপিনে, চিকিৎসক, নাৰ্ছ, আৰক্ষী আৰু সংবাদ কৰ্মীকে ধৰি কিছুমান লোক বাহিৰলৈ ওলোৱাটো জৰুৰী।

লকডাউনৰ পাছতো কৰ’না ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্য বৃদ্ধি পাই আছে। এনে লোকসকলক সহায় কৰাৰ বাবে চিকিৎসক আৰু নাৰ্ছসকলে দিনে-নিশাই সেৱাত ব্ৰতী হৈছে।

ইয়াৰ মাজতে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শিখা মালহোত্ৰায়ো কৰ’না আক্ৰান্ত ৰোগীক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

শিখা মালহোত্ৰাই কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীক সেৱা কৰাৰ বাবে গধূৰ দায়িত্ব গ্ৰহণ কৰিছে। তেওঁ বৃহৎমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যনৰ (বি এম চি) সৈতে মিলি কৰ’না ভাইৰাছ ৰোগীৰ সেৱা কৰাৰ দায়িত্ব লৈছে।

ছবি উদ্যোগলৈ অহাৰ পূৰ্বে শিখাই নাৰ্ছিঙৰ পাঠ্যক্ৰম কৰিছিল। বৰ্ধমান মহাবীৰ মেডিকেল কলেজ আৰু নতুন দিল্লীৰ ছফদৰজং হাস্পাতলৰ পৰা তেওঁ নাৰ্ছিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।

অৱশ্যে, অভিনয় জগতলৈ অহাৰ বাবে তেওঁ কেতিয়াও নাৰ্ছিঙৰ অনুশীলন সম্পূৰ্ণ কৰা নাছিল।

বৰ্তমান দেশৰ লগতে সমগ্ৰ বিশ্বতে সংহাৰৰ সৃষ্টি কৰাৰ সময়ত শিখাই সম্পূৰ্ণ স্বেচ্ছাসেৱী নাৰ্ছ হিচাপে ৰোগীক সেৱা কৰাৰ সিদ্ধান্ত লৈছে। বি এম চিয়ে ইয়াৰ বাবে তেওঁক অনুমতি পত্ৰও প্ৰদান কৰিছে।

শিখাক যোগেশ্বৰী ইষ্টত থকা হিন্দু হৃদয় সম্ৰাট বালাচাহেব ট্ৰউমা হাস্পাতলত ভেন্টিলেটৰ কৰাৰ সুযোগ দিয়া হৈছে। তেওঁক আইছ’লেশ্যন ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা তেওঁৰ এখন ফটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে: ‘’কলেজত নিজৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত আমি সমাজৰ সেৱা কৰাৰ সংকল্প লৈছিলো। মই ভাবো সেই সময় আহি পৰিছে।‘’

Tags: COVID19

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd