• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 7, 2022 7:08 pm
161
VIEWS
Share on FacebookShare on Twitter

শিলসাঁকোত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি দিনৰ ভাগত কিছুসময়ৰ বাবে শিলসাঁকোত চলিল এই উচ্ছেদ অভিযান। শিলসাঁকোৰ পাৰৰ সাতগাঁওৰ দলবাৰীত কেইবাটাও বাসগৃহ উচ্ছেদ চলালে গুৱাহাটী উন্নয়ন দপ্তৰে।

অৱশ্যে কেইটামান বাসগৃহত উচ্ছেদ চলোৱাৰ পাছতে স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত উচ্ছেদ কাৰ্য্য স্থগিত ৰাখে প্ৰশাসনে।

উল্লেখ্য যে শিলসাঁকোৰ মাজেৰে পাৰ হৈ যোৱা নলাৰ দুয়োপাৰে ১০০ মিটাৰকৈ ঠাই খালী ৰখা তথা নলাটোৰ দুয়োপাৰ বহল কৰাৰ লক্ষ্য লৈছে গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰে।

গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানী এই নলাৰে বোৱাই নি ব্ৰহ্মপুত্ৰত পেলাব পৰাকৈ গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰে এই লক্ষ্য আগত লৈছে।

কিন্তু প্ৰশাসনৰ এই উচ্ছেদত বিভাজন মূলক নীতি দেখা পাইছে স্থানীয় ৰাইজে। নিয়ম অনুসাৰে উচ্ছেদ চলোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।

নলাটোৰ কাষৰ বহু বাসগৃহ এতিয়াও প্ৰশাসনে উচ্ছেদ চলোৱা নাই বুলি অভিযোগ কৰিছে একাংশ স্থানীয় লোকে।

আনহাতে আন একাংশ লোকে দাবী কৰিছে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে নলাৰ ওপৰত বা নলা আৱদ্ধ কৰি কোনো উচ্ছেদিত বাসগৃহ নিৰ্মাণ কৰা হোৱা নাছিল।

উচ্ছেদৰ নামত মাটি ক্ৰয় কৰি বাসগৃহ সজা লোককহে প্ৰশাসন তথা গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰে হাৰাশাস্তি চলোৱা বুলি অভিযোগ কৰিছে স্থানীয় বাসিন্দা সকলে।

Recent News

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ পাছত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন পাকিস্তান

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ পাছত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন পাকিস্তান

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি; বছৰৰ প্ৰথম ৬ মাহতে মৃত্যু ২৯ হাজাৰৰ

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি; বছৰৰ প্ৰথম ৬ মাহতে মৃত্যু ২৯ হাজাৰৰ

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd