• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৱল ইছলামিক সাহিত্য সভা নহয়, ৰাজ্যত আৱিৰ্ভাৱ হৈছে “সদৌ অসম হিন্দুত্ব সাহিত্য সভা”

বীৰ লাচিত সেনাৰ গৰিহণা আৰু সকীয়নি, “ধৰ্মৰ ভিত্তিত সাহিত্য সভা কৰিবলৈ দিয়া নহ’ব”

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 7:57 pm
All Assam Hindu Sahitya Sabha

“সদৌ অসম হিন্দুত্ব সাহিত্য সভাৰ নামত প্ৰচাৰিত এখন পত্ৰৰ ছবি। উৎস : ফেইচবুক।

827
VIEWS
Share on FacebookShare on Twitter

“অসম ইছলামিক সাহিত্য সভা”ই ছ’চিয়েল মিডিয়া তোলপাৰ লগোৱাৰ পিছত ৰাজ্যত “সদৌ অসম হিন্দুত্ব সাহিত্য সভা”ৰ আৱিৰ্ভাৱে সৃষ্টি কৰিছে আন এটা জোকাৰনিৰ।

আৰ এছ এছৰ পতাকা এখনৰ ছবিৰ সৈতে ছপোৱা “সদৌ অসম হিন্দুত্ব সাহিত্য সভা” নামৰ সংগঠন এটাৰ এখন প্ৰচাৰ পত্ৰ ছ’চিয়েল মিডিয়াত চৰ্চাৰ বাবে ব্যাপক হাৰত শ্বেয়াৰ কৰা দেখা গৈছে।

“অসম ইছলামিক সাহিত্য সভা”ক লৈ তীব্ৰ আপত্তি কৰা প্ৰায়সকল লোকেই “সদৌ অসম হিন্দুত্ব সাহিত্য সভা”ৰ ক্ষেত্ৰতো বিৰূপ প্ৰতিক্ৰিয়া দি অসমত ধৰ্ম-কেন্দ্ৰিক তৎপৰতাৰ প্ৰতি নিজৰ বিৰাগ প্ৰকাশ কৰিছে।

বিশেষকৈ সাহিত্য ধৰ্ম-ভিত্তিক নহয় বা হোৱা অনুচিত বুলি মত আগ বঢ়াইছে বিভিন্নজনে।

অসমত ধৰ্ম ভিত্তিক সাহিত্য সভাৰ উপস্থিতি তেনেই নতুন কথা আৰু অসমৰ মানুহে এই দুয়োটা কথাকে সহজভাৱে যে লোৱা নাই তাৰ প্ৰমাণ দাঙি ধৰিছে এই পোষ্টবোৰৰ ভাষ্য আৰু তাত কৰা মন্তব্য বোৰে।

ধৰ্মই সমাজখনক শেষ কৰিলে বুলি বহুজনক খেদ প্ৰকাশ কৰাও দেখা গৈছে।

আনহাতে আজি শিৱসাগৰত বীৰ লাচিত সেনাই ইছলামিক সাহিত্য সভা আৰু হিন্দুত্ব সাহিত্য সভাৰ ঘোৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে ওলাই আহিবলৈ সকলোকে আহ্বান জনায়।

এখন সংবাদমেল দি সংগঠনটোৰ বিষয়ববীয়াই কয়, “ধৰ্মৰ নামত সাহিত্য সভা সৃষ্টি হ’বলৈ নিদিওঁ”।

কোনেও যাতে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা নকৰে, তাৰ বাবে সকীয়াই দিয়ে সংগঠনটোৱে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd