• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেংকক ফুৰিবলৈ গৈ কি হ’ল অভিনেত্ৰী অৰুণা ইৰাণীৰ? হুইল চেয়াৰত বহি ঘূৰি আহিল দেশলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2025 8:40 am
9.1k
VIEWS
Share on FacebookShare on Twitter

সত্তৰ দশকৰ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্য পটিয়সী অৰুণা ইৰাণী বহু সময় ধৰি অভিনয় জগতৰ পৰা আঁতৰি আছে। সত্তৰ দশকৰ সময়ছোৱাত মাতৃৰ ভূমিকাত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। শেহতীয়াকৈ বেংককত আঘাতপ্ৰাপ্ত হোৱাৰ পাছত চৰ্চাত আছে অভিনেত্ৰীগৰাকী

শেহতীয়া খবৰ অনুসৰি প্ৰায় ৭৮ গৰকা অভিনেত্ৰীগৰাকীয়ে অৱসৰ বিনোদনৰ বাবে দুসপ্তাহমান পূৰ্বে বেংককলৈ গৈছিল।  বেংককত এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল অৰুণা ইৰাণী। অৱশ্যে ঘটনা সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে।

দুৰ্ঘটনাৰ পাছত তাত এসপ্তাহ জিৰণি লোৱাৰ পিছত এতিয়া তেওঁ মুম্বাইলৈ উভতি আহিছে।অভিনেত্ৰীগৰাকী বিমান বন্দৰ পৰা হুইল চেয়াৰত আৰু ক্ৰাচৰ সহায়ত খোজ কাঢ়ি অহা পৰিলক্ষিত হয়।

ইনষ্টাগ্ৰামৰ পেজত অভিনেত্ৰীগৰাকীৰ বিষয়ে লিখিছে যে প্ৰায় দুসপ্তাহ পূৰ্বে তেওঁ বেংককৰ প্ৰেমত পৰিছিল। আৰু দুৰ্ঘটনাত আঘতপ্ৰাপ্ত হোৱা ববে অভিনেত্ৰীগৰাকীক বেংককত চিকিৎসাধীন হৈ আছিল। চিকিৎসাৰ অন্তত হুইল চেয়াৰ আৰু ক্ৰাচৰ সহায়ত খোজ কাঢ়িবলৈ কোৱা হয়। তাত কিছুদিন জিৰণি লৈ ভাৰতলৈ উভতি আহে আৰু এতিয়া মুম্বাইৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত লাহে লাহে সুস্থ হৈ উঠিছে বুলি সদৰী কৰে।

Recent News

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd