• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ মহাকাশ গৱেষণাত নৱতম সংযোজন! ব্যক্তিগত সংস্থাৰ উদ্যোগত 3D প্ৰিণ্টেড ৰকেটৰ সফল উৎক্ষেপণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2024 7:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন ষ্টাৰ্টআপ কোম্পানী ‘অগ্নিকুল কচমছ’ই দেশত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। সংস্থাটোৱে নিজাকৈ মহাকাশযান সফলতাৰে উৎক্ষেপণ কৰিছে। আৰু এই সফল পৰীক্ষাৰ পাছত তেওঁলোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীৰ মতে আজি সমগ্ৰ ভাৰতবৰ্ষই গৌৰৱ অনুভৱ কৰিছে।

চেন্নাইস্থিত এই ষ্টাৰ্টআপে নিৰ্মাণ কৰিছে থ্ৰীডি প্ৰিণ্টেড ছেমি-ক্ৰাইজেনিক ‘অগ্নিবান’ ৰকেট। শ্ৰীহৰিকোটাৰ লঞ্চ পেডৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয়। বৃহস্পতিবাৰে কোনো ধৰণৰ লাইভ ষ্ট্ৰীমিং নোহোৱাকৈয়ে এই পৰীক্ষামূলক মুকলি কৰা হয়।

এই সাফল্যৰ বাবে ইছৰোৱে ‘অগ্নিকুল কচমছ’ক অভিনন্দন জনায়। তেওঁলোকে কয় যে ‘এয়া এক বৃহৎ মাইলৰ খুঁটি। ছেমি-ক্ৰাইজেনিক লিকুইড ইঞ্জিন ভিত্তিক ৰকেটৰ প্ৰথম নিয়ন্ত্ৰিত উৰণ দেশৰ বাবে এক ডাঙৰ কথা।’

এই ‘অগ্নিবান’ ৰকেটৰ বিশেষত্ব কি?
এই ৰকেটে প্ৰায় ৭০০ কিলোমিটাৰ কক্ষপথত ৩০০ কিলোগ্ৰাম পৰ্যন্ত পেলোড কঢ়িয়াব পাৰে। লগতে এই ৰকেটত এনে এটা ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে যিটো ব্যৱস্থা এতিয়ালৈকে ইছৰো’ই ব্যৱহাৰ কৰা নাই। অৰ্থাৎ এই ৰকেটত তৰল আৰু গেছ প্ৰপেলেণ্টৰ মিশ্ৰণেৰে অৰ্ধ-ক্ৰাইজেনিক ইঞ্জিন ব্যৱহাৰ কৰা হয়। এই থ্ৰীডি ৰকেট ইঞ্জিনৰ খৰচো কম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

September 5, 2025 6:59 am
ভাৰতত হ্ৰাস পাইছে জন্মৰ হাৰ, ২ বছৰৰ ভিতৰত মুঠ প্ৰজনন হাৰ প্ৰথমবাৰলৈ হৈছে নিম্নগামী

ভাৰতত হ্ৰাস পাইছে জন্মৰ হাৰ, ২ বছৰৰ ভিতৰত মুঠ প্ৰজনন হাৰ প্ৰথমবাৰলৈ হৈছে নিম্নগামী

September 5, 2025 6:41 am
আজি শিক্ষক দিৱস : শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে জানো আহক

আজি শিক্ষক দিৱস : শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে জানো আহক

September 5, 2025 6:30 am
তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

September 5, 2025 6:59 am
ভাৰতত হ্ৰাস পাইছে জন্মৰ হাৰ, ২ বছৰৰ ভিতৰত মুঠ প্ৰজনন হাৰ প্ৰথমবাৰলৈ হৈছে নিম্নগামী

ভাৰতত হ্ৰাস পাইছে জন্মৰ হাৰ, ২ বছৰৰ ভিতৰত মুঠ প্ৰজনন হাৰ প্ৰথমবাৰলৈ হৈছে নিম্নগামী

September 5, 2025 6:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd