• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপৰাধ আৰু ৰাজনীতি : পঞ্চায়তত চোৰাং গঁড় চিকাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অগপই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 12:19 pm
IMG-20181115-WA0098

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৰাজনীতিত বিভিন্ন অপৰাধত অভিযুক্ত অপৰাধীৰ পয়োভৰ এতিয়া কোনো ডাঙৰ কথা নহয়। তাকেই যেন পুনৰ প্ৰমাণ কৰিলে বোকাখাতত আঞ্চলিক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা এজন প্ৰাৰ্থীয়ে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বোকাখাতৰ ধনশিৰি মুখ গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে কাজিৰঙাৰ এজন কুখ্যাত, দুৰ্ধৰ্ষ চোৰাং গঁড় চিকাৰী। গণেশ দলে নামৰ এই চোৰাং চিকাৰীজনক কিয় অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাকে লৈ এতিয়া বোকাখাতৰ লগতে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা।

উল্লেখ্য যে বৰ্তমান জামিনত থকা গণেশ দলে নামৰ লোকজন গঁড় চিকাৰৰ অভিযোগত ইতিমধ্যে ২০১২ৰ পৰা বহুবাৰ ৰঙাঘৰৰ আলহী হৈছে। এইদৰে এজন দাগী অপৰাধীক প্ৰাৰ্থিত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ লগতে আৰক্ষীৰ মাজতো বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

4640dd62-f4c2-41ef-b74c-949653a46fb6
ধনশিৰি মুখ গাঁও পঞ্চায়তৰ সভাপতি পদৰ অগপ প্রার্থী কুখাত চোৰাং চিকাৰী গণেশ দলে

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অগপৰ বহু সমৰ্থকৰ সৈতে গণেশ দলেয়ে বোকাখাত মহুকুমা কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। এজন চোৰাং চিকাৰী তথা অপৰাধী হিচাপে পৰিচিত গণেশ দলেক মনোনয়ন পত্ৰ দাখিল কৰা দেখি তাত উপস্থিত থকা অন্য লোকসকলৰ লগতে বিষয়াসকলো আচৰিত হৈ উঠে।

ইফালে এজন অপৰাধীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে থিয় হোৱাৰ কথা গম পাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সংবাদ মাধ্যমলৈ কেতবোৰ ফটো প্ৰেৰণ কৰে। আৰু ইয়াৰ পাছৰে পৰা এই বিষয়টোৱে ৰাজজুৰি ব্যাপক চৰ্চা লাভ কৰা দেখা যায়।

উল্লেখযোগ্য যে ৰাজ্যৰ ৰাজনীতিত প্ৰধান আঞ্চলিক দলৰ ধ্বজা বাহক হৈ অহা অসম গণ পৰিষদ দলৰ খোদ সভাপতিগৰাকীৰ গৃহ সমষ্টি বোকাখাতত এইদৰে এজন কুখ্যাত দাগী অপৰাধীক কিয় নিৰ্বাচন খেলিবলৈ টিকট প্ৰদান কৰা হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আনহাতে এনে কাৰ্যক লৈ বিভিন্ন জনে সভাপতিগৰাকীৰ লগতে দলটোক ক্ষুৰধাৰ সমালোচনা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত  ১১ জন নিহত

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত ১১ জন নিহত

September 3, 2025 10:58 am
চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

September 3, 2025 10:08 am
বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

September 3, 2025 9:12 am
শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

September 3, 2025 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত  ১১ জন নিহত

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত ১১ জন নিহত

September 3, 2025 10:58 am
চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

September 3, 2025 10:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd