• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন্যায়ালয়লৈ যোৱাৰ হুংকাৰেৰে বিধেয়ক বিৰোধী স্থিতিত সৰৱ অগপ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2019 9:49 am
atul-borah

অতুল বৰা-ফটো সৌজন্য-উইকিপিডিয়া

465
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত মন্ত্ৰিত্ব ত্যাগ কৰি এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অগপৰ সভাপতি অতুল বৰা। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বিধেয়ক গৃহীত কৰাৰ বাবে লোৱা আঁকোৰগোঁজ স্থিতিক প্ৰত্যাহ্বান জনাই অগপ সভাপতি গৰাকীয়ে প্ৰয়োজনত ন্যায়ালয়ৰ সহায় লৈ হ’লেও অসমৰ জনসাধাৰণৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত বিধেয়ক বাতিলৰ বাবে সংগ্ৰাম চলাই যাব বুলি মন্তব্য কৰে।

শনিবাৰে নৰেন্দ্ৰ মোডীয়ে চাংসাৰিত বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ দিনটোতে অগপৰ সভাপতিজনে বৰপেটাৰ পৰা বিজেপিলৈ বিধেয়ক বিৰোধী স্থিতিৰে হুংকাৰ দিয়ে। এক ব্যাক্তিগত ভ্ৰমণসূচী লৈ বৰপেটালৈ অহা অতুল বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতিবাদৰ পাছতো চৰকাৰে জোৰকৈ বিধেয়ক গৃহীত কৰাৰ বাবে লোৱা আক্ৰমণাত্মক স্থিতিক সমালোচনা কৰে।

আনহাতে, উত্তৰ-পূবৰ জনসাধাৰণে নিবিচৰা এখন বিধেয়ক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বলপূৰ্বকভাবে জাপি দিয়াৰ চেষ্টা কৰিলে ভবিষ্যতে ৰাজ্যত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে বৰাই।

অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক যাতে কোনো কাৰণতে ৰাজ্যসভাত গৃহীত হ’ব নোৱাৰে তাৰবাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলক সাক্ষাৎ কৰি ৰাজ্যসভাৰ মজিয়াত বিধেয়ক বিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে অগপই প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে অতুল বৰাই।

Recent News

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd