• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত উমিয়াম হ্ৰদৰ পৰিষ্কাৰকৰণৰ চিন্তা চৰ্চা মেঘালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2023 3:53 pm
Umiam Lake
464
VIEWS
Share on FacebookShare on Twitter

পৰ্যটকৰ আকৰ্ষণস্থলী উমিয়াম হ্ৰদ ক্ৰমাগতভাৱে আৱৰ্জনাৰে ভৰি পৰাৰ সময়তে আৱৰ্জনা নিষ্কাষণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, চমুকৈ AI প্ৰযুক্তি প্ৰৱৰ্তনৰ চিন্তা-চৰ্চা চলাইছে মেঘালয় চৰকাৰে।

মেঘালয় চৰকাৰে AI প্ৰযুক্তিৰ সহায়ত এই পৰ্যটনস্থলীত পূৰ্বৰ সৌন্দৰ্য পুনৰ ঘূৰাই অনাৰ বাবে সাজু হৈছে।

এই পদক্ষেপৰ পৰীক্ষণ স্বৰূপে শুকুৰবাৰে উমিয়াম হ্ৰদৰ আৱৰ্জনা নিষ্কাষণৰ বাবে AI প্ৰযুক্তিৰ ব্যৱহাৰৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

প্ৰদৰ্শনৰ অংশ হিচাপে উমিয়াম হ্ৰদৰ মাউডুন এলেকাৰ কিণ্ডং ৰেলাত AI পৰিচালিত ৰবটিক নাও মোতায়েন কৰা হয়।

মেঘালয় চৰকাৰে ক্লিয়াৰবটৰ সহযোগত স্মাৰ্ট ভিলেজ মুভমেণ্টৰ পদক্ষেপৰ অধীনত সপ্তাহজোৰা এই পাইলট প্ৰজেক্টৰ উদ্যোগ লৈছে।

পৰিৱেশ সংৰক্ষণ আৰু প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত এক নতুন মানদণ্ড নিৰ্ধাৰণক এই প্ৰকল্পৰ লক্ষ্য বুলি উল্লেখ কৰা হৈছে।

AI চালিত এই নাৱে প্ৰদূষণৰ কেন্দ্ৰস্থল চিনাক্ত কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ এক ফলপ্ৰসূ সমাধান আগবঢ়ায় আৰু ৪ ঘণ্টাৰ ভিতৰতে ২০০ কিলোগ্ৰাম আৱৰ্জনা নিষ্কাষণ কৰিব পাৰে।

Recent News

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে পুৰীত উপস্থিত লাখ লাখ ভক্ত

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে পুৰীত উপস্থিত লাখ লাখ ভক্ত

স্পেইনৰ বাৰ্চিলোনাত বিৰল সন্মান লাভ কৰিলে অসম সন্তান ড° অনুৰাগ কাশ্যপে

স্পেইনৰ বাৰ্চিলোনাত বিৰল সন্মান লাভ কৰিলে অসম সন্তান ড° অনুৰাগ কাশ্যপে

দেশ চাই ভেশ, বিতৰ্কৰ কোনো কথা নাই-কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি ফুলেন কলিতাৰ মন্তব্য

দেশ চাই ভেশ, বিতৰ্কৰ কোনো কথা নাই-কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি ফুলেন কলিতাৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd