• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুখুৰীত ডুব যোৱা গাড়ীৰ পৰা উদ্ধাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান পৰিচাৰিকাৰ মৃতদেহ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2025 9:13 pm
298
VIEWS
Share on FacebookShare on Twitter

দুই বন্ধুৰ সৈতে গাড়ীৰে ফুৰিবলৈ যোৱা অৱস্থাত মৃত্যু হয় এগৰাকী বিমান পৰিচাৰিকাৰ। বৃহস্পতিবাৰে নিশা এটা পুখুৰীত ডুব যোৱা গাড়ীৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ। মধ্য প্ৰদেশৰ ভূপালত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, মৃত যুৱতীগৰাকীৰ নাম হৰ্ষিতা শৰ্মা। বৃহস্পতিবাৰে হৰ্ষিতাই দুই বন্ধু জয় আৰু সুজলৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল। প্ৰাথমিকভাৱে আৰক্ষীয়ে গম পাইছে যে জয়ে গাড়ীখন চলাই গৈছিল। হলি ক্ৰছ স্কুলৰ সমীপত  গাড়ীৰ সন্মুখত দৌৰি আহি গ’ল এটা গৰু। আৰু তেতিয়াই জয়ে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে।  লগে লগে গাড়ীখন পোনে পোনে পুখুৰীটোৰ ভিতৰলৈ সোমাই যায়।

এই ঘটনাৰ পিছত জয় আৰু সুজল কেনেবাকৈ গাড়ীৰ পৰা ওলাই আহিল। কিন্তু মূৰৰ গুৰুতৰ আঘাতৰ বাবে হৰ্ষিতাই গাড়ীৰ পৰা ওলাব নোৱাৰিলে। পুখুৰীত গাড়ীখন ডুব যায়। স্থানীয় লোকে গাড়ীখন পুখুৰীত পৰি থকা দেখি উদ্ধাৰ কৰিবলৈ আহে। আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষী আহি গাড়ীখন উঠাই আনিলে। গাড়ীৰ ভিতৰতে উদ্ধাৰ হয় হৰ্ষিতাৰ মৃতদেহ।

আৰক্ষীয়ে জনোৱা মতে, ২০২৩ চনত হৰ্ষিতাই ফ্লাইট এটেণ্ডেণ্টৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল।শেহতীয়াকৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত চাকৰি পাইছিল। বৃহস্পতিবাৰে তেওঁ বেংগালুৰুৰ পৰা ভোপাললৈ উভতি আহে।

হৰ্ষিতা ভূপাললৈ ঘূৰি অহাৰ কথা তেওঁলোকে অৱগত নাছিল বুলি দাবী কৰে পৰিয়ালটোৱে। শুকুৰবাৰ আছিল হৰ্ষিতাৰ জন্মদিন। বুধবাৰে ফোন কৰি শুকুৰবাৰে ঘৰলৈ উভতি আহিব বুলি কয়। কিন্তু বৃহস্পতিবাৰে তেওঁ ভোপালত উপস্থিত হয়। হোটেল এখনত চেক ইন কৰে। তাৰ পৰা দুজন বন্ধুৰ সৈতে ফুৰিবলৈ ওলাই যায়।

Recent News

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd