• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2021 7:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ নেতৃবৃন্দ তথা অসম জাতীয় পৰিষদৰ বৰ্তমানৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কোভিডৰ সময়ত একো অৱদান আগনবঢ়োৱা তথা প্লাজমা দান নকৰা বুলি কৰা মন্তব্যৰ পাছতে তেওঁক উভটি ধৰি তুলা-ধুনা দিয়ে লুৰীণজ্যোতি গগৈয়ে।

চান্দমাৰীৰ তীৰ্থনাথ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা এক যোগদান অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত হিমন্তৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণে কয় ‘মন্ত্ৰীগৰাকীৰ এই বক্তব্যই প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা কিমান হতাশজনক। তেওঁৰ এই মন্তব্য অতি হতাশাজনক। কিমান বেছি হতাশাত ভুগিলে নিজে পাহৰি যায় যে যাৰ ক’ৰ’না হৈছে তেওঁহে প্লাজমা দান কৰিব পাৰে।‘

ইপিনে, কোভিদ প্ৰট’কল মানি চলাটোৱেই দায়িত্বশীল নাগৰিকৰ কৰ্তব্য বুলি উল্লেখ কৰি লুৰীণে কয় ‘তেওঁ হয়তো পাহৰি গৈছে কোভিদ প্ৰট’কল যিদৰে মানি চলি ঘৰৰ ভিতৰত থাকিব লাগিছিল সেইমতেই আছিলো। তেওঁ ধনুকাৰ কথা মনত পেলাই থাকে, লুইচ বাৰ্জাৰ, সাৰদা ইত্যাদি চিন্তাই তেওঁৰ চিন্তাশক্তি ইমানেই কমাই দিলে যে তেওঁ সকলো পাহৰি পেলাইছে।তেওঁ সপোনতো ধনুকা, পিপিই কীট দেখি থাকে।‘

ইপিনে, হিমন্ত বিশ্ব শৰ্মাক সুস্থ ৰাজনীতি কৰিবলৈ আহ্বান জনাই লুৰীণে লগতে কয় ‘মানুহৰ মাজলৈ তেওঁলোকে কামৰ খাতিয়ান লৈ যাওঁক। এটা নিধি কৰিছিল সেই নিধিৰ হিচাপ মানুহৰ মাজত দিয়ক। ভাৰতীয় স্বাস্থ্য সংস্থাৰ অনুমোদন নোহোৱা বাবে পিপিই কীট চীনৰ পৰা আনি ব্যৱহাৰ নকৰাকৈ পেলাই থৈছে এই কথা সকলোৱে জানে।‘

আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা আদি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে পুনৰ এবাৰ বিজেপিৰ চৰকাৰ হ’ব বুলি কৰা দাবী সন্দৰ্ভতো লুৰীণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয় ’১৬ মে’ৰ পাছত কিমান বিদেশীয়ে টালি-টোপোলা বান্ধিলে এই কথাৰ হিচাপ দিয়ক। প্ৰদুষণমুক্ত কিমান হ’ল তাৰ উত্তৰ দিয়ক। তেওঁলোকৰ পদে পদে দুৰ্নীতি। কোনো এটা পৰীক্ষা দুৰ্নীতি নোহোৱাকৈ অনুষ্ঠিত কৰিব পৰা নাই।‘

‘বিজেপিয়ে প্ৰদূষণযুক্ত, দুৰ্নীতিযুক্ত, বিদেশীযুক্ত অসম গঢ়িলে। বিজেপিয়ে প্ৰতিশ্ৰুতি আৰু কিমান দিব? নতুন কিবা এটা ডাইলগ বনাই লৈ কৈ দিলেই নহ’ব কামটো কৰিবৰ বাবে সঁচা আন্তৰিকতা লাগিব।‘

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক মন্তব্য বদৰুদ্দিন  আজমলৰ সৈতে আলোচনা কৰিহে কৰে বুলি দাবী কৰি লুৰীণে লগতে কয় ‘দুয়োগৰাকীয়ে বুজা-বুজিৰ মাধ্যমৰে বেলেঞ্চ ৰাখি সাম্প্ৰদায়িক মন্তব্য কৰে বুলি সকলোৱে জানে। যিমান বদৰুদ্দিন আজমল শক্তিশালী হ’ব সিমানেই বিজেপি শক্তিশালী হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd