• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰতিবাদত ২৪ ডিচেম্বৰৰ পৰা ১০০ ঘণ্টীয়া অইল খাদ বন্ধ ঘোষণা যুৱ-ছাত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 12:54 pm
OIL fields

ইণ্টাৰনেটৰ পৰা সংগৃহীত

330
VIEWS
Share on FacebookShare on Twitter

অসমৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাই দিবলৈ ওলোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠন। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এনে কাৰ্যক এতিয়া তীব্ৰ ভষাৰে গৰিহনা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহা ২৪ ডিচেম্বৰৰ পুৱা ৫ বজাৰ পৰা তিনিচুকীয়া জিলাৰ অইলৰ সকলো খাদত ১০০ ঘণ্টীয়া বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিব। এটা বিবৃতিযোগে এই কথা জনাইছে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ আৰু ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপৰি সদৌ মৰাণ ছাত্ৰ সন্থাইও মোদী চৰকাৰে লোৱা সিদ্ধান্তত সৰৱ হৈ পৰিছে। অসমৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ সিদ্ধান্তক সংগঠনটোৱে কোনোপধ্যেই মানি নলও বুলি স্পষ্ট ৰূপত উল্লেখ কৰিছে।

এটা বিবৃতিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণে কয় যে জাতি-মাটি-ভেটি সুৰক্ষিত কৰিম বুলি বিভিন্ন শ্লোগান আওৰাই গাদীত বহা বিজেপি চৰকাৰে এতিয়া গ্ৰহণ কৰা থলুৱা বিৰোধী পদক্ষেপ কোনো কাৰণতে মানি লোৱা নহ’ব।

ইফালে থলুৱাৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাম কেতিয়াও সহ্য তথা গ্ৰহণ কৰা নহ’ব বুলি কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সকিয়াই দিয়াৰ লগতে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত সন্দৰ্ভত সন্থাই ২২ ডিচেম্বৰত এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা বুলি অৰুণজ্যোতি মৰাণে জানিবলৈ দিয়ে।

Recent News

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd