• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টাকো দেবি স্মাৰক ফুটবল প্রতিযোগিতাত চিব’ বাগ আও কেবা দল বিজয়ী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2019 9:48 pm
IMG_20190117_161449
537
VIEWS
Share on FacebookShare on Twitter

নামনি ছিয়াং জিলাৰ নাৰিত থকা দয়িং ইৰিং ষ্টেডিয়ামত অনুষ্ঠিত টাকো দেবি স্মাৰক ফুটবল প্রতিযোগিতাত চিব’ বাগ আও কেবা দলে ছিয়াং দলক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হৈছে। এই খেলখন অজস্ৰ দৰ্শকৰ লগতে অৰুণাচলৰ পৰ্যটন, কৰ আৰু আৱকাৰী মন্ত্ৰী জাৰকাৰ গামলিন, লোকসভাৰ সাংসদ নিনং ইৰিং, নাৰি কয়ুৰ বিধায়ক কেণ্টো ৰিনা আৰু প্ৰাক্তন আয়ুক্ত(আইএএছ) টাপে বাগ্ৰা উপস্থিত আছিল।

চিব বাগ আও কেবা দলৰ হৈ বিকাশ গুৰুঙে হেটট্ৰিক দিয়ে। আনহাতে একোটি দলৰেই টনি ৰাগিয়ৰক সৰ্বশ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত কৰা হয়। আনহাতে গল্ডেন বুট আৰু গল্ডেন গ্ৰোভছ বঁটা লাভ কৰে পূব ছিয়াং-১ দলে। এই দলটোৱে সৰ্বশ্ৰেষ্ঠ নিয়মানুৱৰ্তী দল হিচাপে বঁটা লাভ কৰে।

বিজয়ীসকলক পৰ্যটন, কৰ আৰু আৱকাৰী মন্ত্ৰী জাৰকাৰ গামলিন, সাংসদ নিনং ইৰিং, পূব ছিয়াং জিলা অলিম্পিক এছোচিয়েশ্যনৰ সভাপতি টামাট গামোহ আৰু প্ৰয়াত টাকো দাবিৰ পত্নীয়ে   ট্ৰফি, প্ৰমাণপত্ৰ আৰু নগদ ধনেৰে সন্মান জনায়।
অৰুণাচলৰ বিধানসভাৰ প্ৰয়াত অধ্যক্ষ তথা মন্ত্ৰী টাকো দেবিৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই ফুটবল খেলখন ২০১৯ৰ জানুৱাৰিৰ ৭ তাৰিখে অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চাওনা মেইনে উদ্বোধন কৰিছিল। এই প্ৰতিযোগিতাত অধুনালুপ্ত ছিয়াং জিলাৰ পৰা গঠন কৰা দলসমূহে অংশগ্ৰহণ কৰিছিল। এই খেলখনৰ আয়োজন কৰিছিল নামনি ছিয়াঙৰ জিলা ফুটবল সংস্থাই আৰু পৃষ্ঠফোষকতা কৰিছিল  চিব’ বাগ আও কেবা ছচাইটীয়ে।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd