• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিযুক্তি পৰীক্ষা সঠিকভাবে পাতিব নোৱাৰা বাবে সোণোৱাল চৰকাৰক অখিল গগৈৰ কঠোৰ সমালোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2019 8:09 am
Akhil-1140x570

গোৱালপাৰা আদালতত হাজিৰ হৈ অখিল গগৈৰ মন্তব্য

825
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত স্বচ্ছ আৰু নিকাভাবে নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব নোৱাৰা বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে বৃহস্পতিবাৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখনক কঠোৰ সমালোচনা কৰে।

গোৱালপাৰ জিলা সত্ৰ ন্যায়ালয়ত এটা পুৰণি গোচৰৰ বাবে উপস্থিত হোৱাৰ সময়ত গগৈয়ে সংবাদ মাধ্যমৰ আগত এ পি ডি চি এলৰ পৰীক্ষা সফলভাবে অনুষ্ঠিত কৰিব নোৱাৰা বাবে শক্তিমন্ত্ৰী তপন গগৈৰ পদত্যাগ দাবী কৰে।

গগৈয়ে পঞ্চায়ত আৰু গ্ৰামোণ্ণোয়ণ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত থকা সুৰুঙাৰ বাবেও অসম চৰকাৰক দোষাৰোপ কৰে। কৃষক নেতাগৰাকীয়ে সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে অসম প্ৰশাসনিক পৰীক্ষাত দুৰ্নীতি হোৱা বুলি অভিযোগ কৰে।

ৰাকেশ পালৰ পাছত অসম লোকসভা আয়োগত হোৱা দুৰ্নীতিক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা  দি অখিল গগৈয়ে এই ক্ষেত্ৰত চি বি আইৰ তদন্ত দাবী কৰে।

আনহাতে, অসম চৰকাৰে তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ এটাৰ পাছত আনটো দোষ জাপি দি তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে গগৈয়ে। চৰকাৰে মোৰ নামত ১২৯ টা গোচৰ জাপি দিছে আৰু মোৰ কণ্ঠ অবৰুদ্ধ কৰিব বিচাৰিছে বুলিও তেও কয়।

উল্লেখযোগ্য যে, পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ চাইন বোৰ্ডৰ ক্ষতি কৰাৰ অপৰাধত গগৈ ১৫ মাহ পূৰ্বে তিনিদিন কাৰাবাস খাতিব লগা হৈছিল। বৃহস্পতিবাৰে আদালতে তেওঁৰ জামিন বৃদ্ধিত আনুমোদন জনায়।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd