• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিষিদ্ধ ‘পাবজি’ৰ পাছত এইবাৰ ভুৱা ‘ফৌজি’ এপৰ পৰা সাৱধান!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2020 1:10 pm
Akshay Fauji
327
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ‘পাবজি’ নিষিদ্ধ হোৱাৰ পাছত যুৱ সম্প্ৰদায়ৰ মাজৰ একাংশ হতাশ হৈ পৰাৰ খৱৰে ইতিমধ্যে চৰ্চা লাভ কৰিছিল।

দেশৰ কিশোৰসকলৰ মাজত এই গেম অতি জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ পাছতে মুকলি কৰা হব আন এটি জনপ্ৰিয় গেম ‘ফৌজি’।

এইবাৰ এই গেমক লৈয়ো বিতৰ্কৰ সূত্ৰপাত হৈছে। ভুৱা গেম এপ্লিকেশ্যনৰ পৰা সকলোকে সাৱধান কৰি দিয়া হৈছে।

উল্লেখ যে ‘ফৌজি’ গেমৰ সৈতে জড়িত হৈ আছে অভিনেতা অক্ষয় কুমাৰ। এই গেম অহাৰ খৱৰৰ পাছৰে পৰা যিদৰে একাংশ লোক আকৰ্ষিত হৈছে, সেইদৰে আন একাংশই ইয়াৰ সমালোচনাও কৰিছে।

ইয়াৰ মাজতে প্লে-ষ্ট’ৰত এই গেমৰ একাধিক ভুৱা এপ্লিকেশ্যন দেখা পোৱা গৈছে। যিবোৰ প্ৰায় পাঁচ হাজাৰৰো অধিকবাৰ ডাউনলোড হোৱা বুলি কোৱা হৈছে। ইতিমধ্যে প্লে-ষ্টৰে একাধিক ভুৱা এপ অঁতৰাই দিছে।

প্ৰধান মন্ত্ৰী মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ এটা অংশ হৈছে এই ‘ফৌজি’ গেম। এই গেমৰ পৰা অহা ধনৰ ২০ শতাংশ স্বেচ্ছাসেৱী সংস্থাক দান কৰা হ’ব। এই সংগঠনৰ নাম হৈছে ‘ভাৰত কা বীৰ’।

অতি সোনকালেই এইটো মুকলি হ’ব। শ্বহীদ জোৱানৰ সাহায্যৰ বাবে এই সংগঠন গঠন কৰা হৈছে বুলি কোৱা হৈছে।

সোনকালেই এই গেমৰ আপডেট পোৱা যাব। ইয়াৰ পূৰ্বে ‘ফৌজি’ গেমৰ পোষ্টাৰ নকল বুলিও সমালোচনা হৈছিল। এই সন্দৰ্ভত গুগলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

Recent News

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd