• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃতীয় লিংগৰ আৱাস নিৰ্মাণৰ বাবে অক্ষয় কুমাৰৰ দান ১.৫ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2020 7:50 am
Akshay-Kumar-Donates-Rs.1.5-Crore-To-Build-A-Transgender-Home-In-India

ফ'টো সৌজন্য- ইন্টাৰনেট

15.9k
VIEWS
Share on FacebookShare on Twitter

তৃতীয় লিংগৰ আৱাস  নিৰ্মাণৰ বাবে হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী চুপাৰষ্টাৰে আগবঢ়াইছে  বৃহৎ পৰিমাণৰ ধন।

বলিউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে তৃতীয় লিংগৰ বাবে নিৰ্মাণ কৰিবলগীয়া এটা আৱাসৰ বাবে দান কৰিছে ১.৫ কোটি টকা।

এই কথা চ’ছিয়েল মিডিয়াৰ যোগে জানিবলৈ দিছে ‘লক্ষ্মী বোম্ব’ৰ সঞ্চালক ৰাঘৱ লৰেঞ্চে।

ইয়াৰ পূৰ্বেও বলিউদ চুপাৰষ্টাৰ গৰাকীয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ দান বৰঙণি আগবঢ়াই আহিছে।

ছত্তিশগড়ৰ নক্সাল আক্ৰমণত নিহত চিৰ আৰ পি এফ জোৱানৰ পৰিয়ালবৰ্গলৈ তেওঁ ১২ লাখকৈ টকা আগবঢ়াইছিল। চেন্নাই সাহায্য ন্যাসলৈ তেওঁ আঅগবঢ়াইছিল ১ কোটি টকা।

আনহাতে কিছুদিনৰ পূৰ্বে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও অক্ষয় কুমাৰে ১ কোটি টকা দান কৰিছিল।

‘লক্ষ্মী বোম্ব’ৰ সঞ্চালক ৰাঘৱ লৰেঞ্চে তেওঁৰ ফেচবুক পেজৰ প’ষ্টৰ যোগেও অক্ষয় কুমাৰ বৰঙণিৰ কথা ঘোষণা কৰিছে। লৰেঞ্চে নিজৰ ফেচবুক পেজত ফ’টো শ্বেয়াৰ কৰাৰ লগতে লিখিছে- ‘হাই বন্ধুসকল, এটা ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছো, অক্ষয় কুমাৰ চাৰে তৃতীয় লিংগৰ আৱাসগৃহ নিৰ্মাণৰ বাবে ১.৫ কোটি টকা দান কৰিছে, যি ভাৰতবৰ্ষৰ বাবেই প্ৰথম।’

লগতে ‘আপোনালোকে জানে যে ১৫ বছৰে লৰেঞ্চ চেৰিটি ন্যাসে শিক্ষা, শিশু গৃহ, শাৰীৰিকভাৱে বিশেষ সক্ষম লোকৰ চিকিৎসা আদি বিভিন্ন সামাজিক কাম কৰি আহিছে। আমি ১৫ বছৰীয়া এই যাত্ৰাত তৃতীয় লিংগৰ বাবে এটা গৃহ নিৰ্মাণ কৰি দান কৰিব খুজিছো।’ বুলিও কয় সঞ্চালক ৰাঘৱে।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd