• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ জুলাইত ক’ৰ’নাৰ বিৰুদ্ধে দেৱবাদ্য মংগলধ্বনি কাৰ্য্যসূচী সফল কৰিবলৈ সদৌ অসম দেৱালয় সংঘৰ আহ্বান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 28, 2020 10:39 pm
COVID19-positive-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসুধন দেখুৱাই থকা ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে বিশ্বৰ প্ৰায় সকলো দেশৰ চিকিৎসক, চিকিৎসাকৰ্মী, শক্তি-জনস্বাস্থ্য-পানীযোগান, চাফাই কৰ্মী, আৰক্ষী, এম্বুলেঞ্চ সেৱা কৰ্মীক লৈ বিগত প্ৰায় পাঁচ মাহে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই অথচ বিশিষ্ট বিজ্ঞানী সকলে ভেকচিন তৈয়াৰ কৰাৰ বাবে উঠি পৰি লাগি আছে।

বিশ্বৰ এতিয়ালৈ প্ৰায় ১ কোটি ৫০ লাখৰো অধিক লোক কোভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে। ইতিমধ্যে বিজ্ঞানী সকলৰ লগে লগে আধ্যাত্মিক শক্তিৰে অধিকাৰী সৰ্ব শক্তিমান ইশ্বৰৰ ওচৰত এই ভয়াবহ পৰিস্থিতিৰ পৰা সমগ্ৰ বিশ্বক ৰক্ষা কৰিবলৈ বিশেষকৈ অসম তথা দেশত ভয়াবহ ৰূপ লোৱা এই ক’ৰ’না ভাইৰাছৰ আগ্ৰাসন ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ বিভিন্ন পন্থাৰ সৈতে জড়িত সনাতন ধৰ্মৰ বিভিন্ন অনুষ্ঠানৰ সমূহীয়া প্ৰাৰ্থনা ৩০ জুলাই তাৰিখে সন্ধিয়া ৬.৪৫ বজাৰ পৰা ১৫ মিনিটৰ বাবে দেৱাল, নামঘৰ, সত্ৰ, মন্দিৰ, বাসগৃহত বন্তি প্ৰজ্বলন কৰি ডবা, ঘণ্টা আদি দেৱবাদ্য বজাই মংগলধ্বনিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব।

সেয়েহে সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য্য আৰু প্ৰধান সম্পাদক কৈলাশ শৰ্মাই সনাতনী ধৰ্মৰ আটাইতকৈ প্ৰাচীন দেৱালয় সংঘৰ অন্তৰ্ভূক্ত সমগ্ৰ অসমৰ শতাধিক দেৱালয় সমূহক উক্ত দিনাখন যথা সময়ত বিশ্ববাসীৰ মংগলৰ বাবে ওপৰোক্ত কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে সমগ্ৰ অসম বাসী ৰাইজক উক্তদিনা সন্ধিয়া নিৰ্দ্ধাৰিত সময়ত নিজ গৃহত এই কাৰ্য্যসূচী চৰকাৰী নীতি-নিয়মমানি সফল কৰি তুলিবলৈ অনুৰোধ জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

September 7, 2025 12:20 pm
ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

September 7, 2025 11:09 am
বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

September 7, 2025 12:20 pm
ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd