• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শিৱসাগৰত আছুৰ গণ অৱস্থান কাৰ্যসূচী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 14, 2020 7:19 pm
1IMG-20200314-WA0013

অৱস্থান ধৰ্মঘটৰ ছবি, ফ'টো- পাৰ্শ্বজ্যোতি গগৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তি উলংঘা কৰি অবৈধ হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, সাম্প্ৰদায়িক আৰু অ-সাংবিধানিক নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ বলপূৰ্বকভাৱে জাপি দিয়া কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ প্ৰতিবাদত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই  বৰাট জুয়েলাৰ্চৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনৰ ১১ বজাৰ পৰা ১ বজালৈ পালন কৰা এই গণ অৱস্থান কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ বুঢ়াগোহাঁই, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ শইকীয়া, সাধাৰণ সম্পাদক জিপম বৰাকে ধৰি শতাধিক আছু কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

কা’ আমি নামানো, সাম্প্ৰদায়িক বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, নিমাতি কন্যা সৰ্বানন্দ সোনোৱাল হায় হায়,  নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ”আমি কেন্দ্ৰীয় বিজেপি চৰকাৰক সকিয়াই দিব বিচাৰিছো যে, তেওঁলোকে অসমীয়া ৰাইজৰ আৱেগ অনুভূতিক নস্যাৎ কৰি  বলপূৰ্বকভাৱে এটা ফেচিষ্ট সিদ্ধান্ত জাপি দিছে, সেইয়া কেতিয়াও গ্ৰহণ কৰা নহব।”

নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজক সংগঠিত কৰি কা’ বিৰোধী আন্দোলনৰ ধাৰা আগবঢ়াই লৈ যাব।’

তেওঁ লগতে কয়,  ‘আমি ৰাইজক আহ্বান জনাইছো যিটো দলে আমাৰ আৱেগ অনুভূতিক নস্যাৎ কৰিছে, আমাৰ ভাষা সংস্কৃতিৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি আনিব খুজিছে সেই দলটোক অনাগত দিনত উচিত প্ৰত্যুত্তৰ দিব।’

অনাগত দিনত বিজেপি চৰকাৰে ইয়াতকৈও ভয়াৱহ আন্দোলনৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ সকিয়নি জনায় সমীৰণ ফুকনে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

September 20, 2025 1:42 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

September 20, 2025 1:31 pm
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

September 20, 2025 12:56 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

September 20, 2025 1:42 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

September 20, 2025 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd