• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘অল লাইভছ মেটাৰ’; ব্লেক লাইভছ মেটাৰ আন্দোলনক লুংগি এনগিদিৰ সমৰ্থনৰ পাছতে বয়েটা দিপেনাৰৰ মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2020 9:22 pm
এনগিদি আৰু দিপেনাৰ, উৎস-ইণ্টাৰনেট

এনগিদি আৰু দিপেনাৰ, উৎস-ইণ্টাৰনেট

769
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ তাৰকা বেগী বলাৰ লুংগি এনগিদিয়ে ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনক সমৰ্থন কৰি মন্তব্য প্ৰকাশ কৰাৰ পাছতে এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ বয়েটা দিপেনাৰে।

লুংগি এনগিদিৰ মন্তব্যৰ বিৰোধিতা কৰি দিপেনাৰে কয়, ‘অল লাইভছ মেটাৰ’।

দিপেনাৰে ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনক বাওঁপন্থী সকলৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আন্দোলন আখ্যা দিয়ে।

”অল লাইভছ মেটাৰ। মই যদিও তোমাৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হোৱাটো বিছৰা লুংগি তেনেহ’লে শ্বেটাংগ কৃষক সকলৰ ওপৰত হোৱা আক্ৰমণ সম্পৰ্কতো মাত মতা, কাৰণ সকলোৰে জীৱন মূল্যবান,” দিপেনাৰে কয়।

আনহাতে, দিপেনাৰৰ মন্তব্যৰ পাছতে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডাৰেণ চামীয়ে কয় সেইবাবে ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনৰ প্ৰয়োজন আছে কাৰণ আজি এগৰাকী কৃষ্ণাংগ খেলুৱৈয়ে মাত মতাৰ পাছতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ’ল।

উল্লেখযোগ্য যে, বিগত মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰক্ষীয়ে এগৰাকী কৃষ্ণাংগ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ পাছত বিশ্বত ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনে গা কৰি উঠে।

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিবাদকাৰী সকলে হিংসাত্মক আন্দোলন কৰে যদিও ব্ৰিটেইন, ফ্ৰাঞ্চ আদি দেশত ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলন আৰম্ভ হয়।

Recent News

উৰিয়ামঘাটত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু; নগাৰ ভূমি জব্দ কৰিবলৈ ‘অবৈধ বসবাসকাৰী’ৰ নাম ব্যৱহাৰৰ অভিযোগ এন এছ চি এন (নিকি)ৰ

উৰিয়ামঘাটত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু; নগাৰ ভূমি জব্দ কৰিবলৈ ‘অবৈধ বসবাসকাৰী’ৰ নাম ব্যৱহাৰৰ অভিযোগ এন এছ চি এন (নিকি)ৰ

খালী হৈ আছে অ’বিচিৰ ৮০%, এছটিৰ ৮৩% আৰু দলিতৰ ৬৪% অধ্যাপকৰ পদ : ৰাজ্যসভাত স্বীকাৰ কৰিলে কেন্দ্ৰই

খালী হৈ আছে অ’বিচিৰ ৮০%, এছটিৰ ৮৩% আৰু দলিতৰ ৬৪% অধ্যাপকৰ পদ : ৰাজ্যসভাত স্বীকাৰ কৰিলে কেন্দ্ৰই

“সঁচা কথা ক’বই লাগিব” : অপাৰেশ্যন সিন্দুৰক লৈ লোকসভাত মন্তব্য গৌৰৱ গগৈৰ

“সঁচা কথা ক’বই লাগিব” : অপাৰেশ্যন সিন্দুৰক লৈ লোকসভাত মন্তব্য গৌৰৱ গগৈৰ

৯০ হাজাৰত কিনি ৩৫ লাখত বিক্ৰী! উৎখাত অবৈধ চেৰ’গেচি চক্ৰ, চিকিৎসকসহ ৮ জনক গ্ৰেপ্তাৰ

৯০ হাজাৰত কিনি ৩৫ লাখত বিক্ৰী! উৎখাত অবৈধ চেৰ’গেচি চক্ৰ, চিকিৎসকসহ ৮ জনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd