• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰৰ কাৰিগাঁৱত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সাংস্কতিক প্ৰতিবাদী সমদল

চাওঁতাল জনগোষ্ঠীক চাহ-জনগোষ্ঠীৰ সতে সংমিশ্ৰণ কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
June 10, 2022 2:08 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

215
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰ অঞ্চলত বসৱাস কৰা চাওঁতাল জনগোষ্ঠীক চাহ-জনগোষ্ঠী হিচাপে সংমিশ্ৰণ কৰিব বিচৰা অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ লগতে চাওঁতাল জনগোষ্ঠী৷

জনগোষ্ঠীটোৰ সুকীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু স্বকীয় পৰিচয় থকা সত্বেও চাহ-জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা কাৰ্যৰ প্ৰতিবাদ জনাই শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত ছাত্ৰ সংগঠনটোৱে চাওঁতাল জনগোষ্ঠীৰ জনসাধাৰণৰ সহযোগত এক বিশাল সাংস্কতিক প্ৰতিবাদী সমদল কাৰ্যসূচী ৰুপায়ণ কৰে৷

সংবাদ মাধ্যমৰ আগত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমান ছ’ৰেণ (এছু) আৰু সাংগঠনিক সম্পাদক দুৰ্গা ছোৰেনে চৰকাৰৰ সিদ্বান্তৰ তীব্ৰ প্ৰতিবাদ জনাই চাওঁতাল সকলে চাহ-জনগোষ্ঠী হিচাপে জাপি দিব বিচৰা কাৰ্যক মানি নলয় বুলি স্পষ্ট কৰি দিয়ে৷

ফটো: নৰ্থইষ্ট নাও।

তেওঁলোকে কয় যে ইয়াৰ জৰিয়তে চাওঁতাল সকলক নিঃশেষ কৰিব বিচৰা হৈছে। গতিকে চাওঁতাল সকলক অতি শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে মাটিৰ অধিকাৰ দি চাওঁতাল সকলৰ নিৰাপত্তা চৰকাৰে নিশ্চিত কৰক৷

অন্যথা অহা ৩০ জুনৰ পিছত বৃহৎ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলিও হুংকাৰ প্ৰদান কৰে ছাত্ৰ নেতাদ্বয়ে৷

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd