• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2023 8:03 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

12.2k
VIEWS
Share on FacebookShare on Twitter

২০২৩ চনৰ ১ ডিচেম্বৰৰ পৰা দেশত বহু পৰিৱৰ্তন হ’বলৈ গৈ আছে। মূলতঃ চিম কাৰ্ডৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আহিব। কেন্দ্ৰীয় চৰকাৰে ছিম কাৰ্ডৰ বাবে নতুন নিয়ম আনিছে আৰু ই ১ ডিচেম্বৰৰ পৰা বলবৎ হ’ব।

নতুন ছিম কাৰ্ডৰ নিয়ম উলংঘা কৰিলে ১০ লাখ টকাৰ জৰিমনা আৰু কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে। সেয়ে, ছিম কাৰ্ডৰ নতুন নিয়মবোৰ বিতংভাৱে জানো আহক।

২০২৩ চনৰ আগষ্ট মাহত প্ৰকাশিত নতুন নিৰ্দেশনা

চলিত বৰ্ষৰ আগষ্ট মাহত চৰকাৰে নতুন ছিম কাৰ্ডৰ ক্ষেত্ৰত নতুন গাইডলাইন জাৰি কৰিছিল, যিটো ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে। নতুন গাইডলাইন জাৰি কৰাৰ সময়ত চৰকাৰে জনায় যে বিগত ৮ মাহত দেশত ৫২ লাখ মোবাইল সংযোগ বন্ধ হৈ পৰিছে, আৰু ৬৭ হাজাৰ ডিলাৰক ব্লেকলিষ্ট কৰা হৈছে। প্ৰায় ৩০০ ছিম ডিলাৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে। ভুৱা ছিম কাৰ্ড চক্ৰৰ সৈতে জড়িত প্ৰায় ৬৬ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক কৰা হৈছে।

ছিম কাৰ্ড ২০২৩ৰ বাবে নতুন নিয়ম

ছিম ডিলাৰ ভেৰিফিকেচন

ছিম কাৰ্ড বিক্ৰী কৰা সকলো ডিলাৰে পুলিচ ভেৰিফিকেচন কৰিব লাগিব। যদি কোনো ডিলাৰে এই কাম নকৰি ছিম কাৰ্ড ব্যাপক হাৰত বিক্ৰী কৰে তেন্তে তেওঁক ১০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে আৰু কাৰাদণ্ড বিহা হ’ব পাৰে। সকলো ছিম ডিলাৰে বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব।

ডুপ্লিকেট ছিমৰ বাবে আধাৰ

যদি কিবা কাৰণত আপোনাৰ নম্বৰৰ বাবে নতুন ছিম কাৰ্ড পায় তেন্তে পুনৰ আধাৰ কাৰ্ড আৰু ঠিকনাৰ প্ৰমাণ দিব লাগিব।

সীমিত ছিম কাৰ্ড

এতিয়া এটা আইডি কাৰ্ডত মাত্ৰ সীমিত সংখ্যক ছিম কাৰ্ডহে প্ৰদান কৰা হ’ব। যদি কোনোবাই ব্যৱসায় চলায় তেন্তে তেওঁ অধিক ছিম পাব পাৰে। এজন সাধাৰণ লোকে এটা আইডিত সৰ্বাধিক ৯ খন ছিম কাৰ্ড লব পাৰে।

চিম কাৰ্ড নিষ্ক্ৰিয় কৰণ

নতুন নিয়ম অনুসৰি নম্বৰটো বন্ধ হোৱাৰ ৯০ দিনৰ পিছতহে সেই নম্বৰৰ পৰা এখন নতুন ছিম কাৰ্ড জাৰি কৰা হ’ব। ছিম বন্ধ হোৱাৰ লগে লগে একে নম্বৰৰ পৰা নতুন ছিম জাৰি কৰা নহ’ব।

Recent News

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd