• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট: প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2022 5:18 pm
মহিন্দা ৰাজপাক্ষে।

মহিন্দা ৰাজপাক্ষে।

181
VIEWS
Share on FacebookShare on Twitter

অৱশেষত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পতদ্যাগ কৰিলে মহিন্দা ৰাজাপাক্ষেই। দেশজুৰি চৰকাৰ বিৰোধী প্ৰতিবাদ তুংগত থকাৰ মাজতে সোমবাৰে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে সোমবাৰেও শ্ৰীলংকাৰ ৰাজধানী কলম্বোত চৰকাৰ বিৰোধী প্ৰতিবাদ অব্যাহত আছে। জানিব পৰা মতে, প্ৰতিবাদৰ সময়ত কমেও ১৬ জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে।

আনহাতে, দেওবাৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গটাবায়া ৰাজাপাক্ষেই প্ৰধানমন্ত্ৰীগৰাকীক পদত্যাগ কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁ কৈছিল যে ইয়াৰ দ্বাৰাহে দেশখনত সুস্থিৰ পৰিৱেশ ঘূৰি আহিব। তাৰ পাছদিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰে মহিন্দা ৰাজাপাক্ষাই।

লগতে পঢ়ক: জঘন্য যুদ্ধ অপৰাধৰ বাবে দায়ী পুটিন: মন্তব্য কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ

পদত্যাগ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা টুইট কৰিছে। টুইটটোত তেওঁ দেশবাসীক সংযত হ’বলৈ অনুৰোধ কৰিছে। এতিয়া আশা কৰা মতে, শ্ৰীলংকাত এখন সৰ্বদলীয় চৰকাৰ গঠন কৰা হ’ব।

Recent News

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

স্বামীৰ লগত থাকিবলৈ লণ্ডনলৈ যোৱাৰ পথত নৱবিবাহিতাৰ মৃত্যুঃ ৩০ ছেকেণ্ডত সকলো কাঢ়ি নিলে নিয়তিয়ে

স্বামীৰ লগত থাকিবলৈ লণ্ডনলৈ যোৱাৰ পথত নৱবিবাহিতাৰ মৃত্যুঃ ৩০ ছেকেণ্ডত সকলো কাঢ়ি নিলে নিয়তিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd