• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত অব্যাহত আছে অশান্তি; দিল্লীত সৰ্বদলীয় বৈঠকৰ আহ্বান অমিত শ্বাহৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 22, 2023 2:07 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত এতিয়াও মেইটেই জনগোষ্ঠী আৰু কুকিকে ধৰি অন্যান্য জনজাতীয় গোষ্ঠীৰ মাজত সংঘৰ্ষৰ উত্তেজনা অব্যাহত আছে।

বুধবাৰেও জিলাখনত গুলীচালনা আৰু বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অশান্ত মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈ সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে।

অহা শনিবাৰে বিয়লি ৩ বজাত দিল্লীত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

ডেৰ মাহৰো অধিক সময় ধৰি গোষ্ঠীগত সংঘাতত উত্তপ্ত হৈ আছে উত্তৰ-পূবৰ ৰাজ্যখন। অমিত শ্বাহ যোৱা মাহত মণিপুৰ ভ্ৰমণ কৰিছিল। ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে তেওঁ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাতো কৰিছিল। কিন্তু তথাপিও ৰাজ্যখনত অশান্তি অব্যাহত আছে।

মণিপুৰত দুয়োটা গোটৰ মাজত সংঘৰ্ষত ১১৫ জন লোকৰ মৃত্যু হৈছে আৰু ৪০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে।

Recent News

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd