মেট্ৰিকত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হ’লেই নাপাব আনন্দৰাম বঁটা।
ষ্টাৰ অথবা ডিচটিংচন নম্বৰ লাভ কৰিলে হে পাব আনন্দৰাম বঁটা।
২০০৫ চনৰ পৰা ৬০% নম্বৰ লাভ কৰা সকলো প্ৰাৰ্থীক প্ৰদান কৰা হৈছিল এই বঁটা।
ইতিমধ্যে জিলা পৰিদৰ্শক বিষয়ালৈ প্ৰেৰণ কৰা জাননীত প্ৰকাশ পাইছে ৭৫% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়েহে যোগ্য হ’ব আনন্দৰাম বটাৰ বাবে ৷