• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জন্মদিনৰ দিনা ১৭০ কিলোমিটাৰ খোজকাঢ়ি সম্পূৰ্ণ কৰিলে অনন্ত আম্বানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2025 1:31 pm
জন্মদিনৰ দিনা ১৭০ কিলোমিটাৰ খোজকাঢ়ি সম্পূৰ্ণ কৰিলে অনন্ত আম্বানীয়ে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পদব্ৰজে সম্পূৰ্ণ কৰে। ৬ এপ্ৰিল অৰ্থাৎ আজি জন্মদিনত অনন্তই গুজৰাটৰ জামনগৰৰ পৰা দ্বাৰকাধীশ মন্দিৰলৈ তীৰ্থযাত্ৰা সমাপ্ত কৰে। এই যাত্ৰাত তেওঁৰ লগত যোগ দিয়া সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

দেওবাৰে তেওঁৰ পত্নী ৰাধিকা মাৰ্চেন্ত আৰু মাতৃ নীতা আম্বানীয়ে তেওঁৰ এই যাত্ৰাত দ্বাৰকাধীশ মন্দিৰত যোগদান কৰে। পত্নী ৰাধিকাৰ মতে, অনন্তই যোৱা বছৰ বিয়াৰ পাছত এই কাম কৰিব বিচাৰিছিল, আৰু এতিয়া অৱশেষত সেই ইচ্ছা পূৰণ হৈছে। তেওঁ কয়, ‘এই বছৰ অনন্তৰ বয়স ৩০ বছৰ হ’ল। মই অতি সুখী যে আমি ইয়াত তেওঁৰ জন্মদিন এনেদৰে উদযাপন কৰিছো। অনন্তৰ লগতে ৰাধিকাইও এই পদযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।’

প্ৰসংগক্ৰমে অনন্তই ২৯ মাৰ্চৰ পৰা এই ১৭০ কিলোমিটাৰ যাত্ৰা আৰম্ভ কৰিছিল। অনন্তৰ ভাষাত ‘এয়া মোৰ আধ্যাত্মিক যাত্ৰা। ভগৱানৰ নামত এই যাত্ৰা আৰম্ভ কৰিলোঁ, তেওঁৰ নামত এই যাত্ৰা শেষ কৰিম। দ্বাৰকাধীশ দেৱৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ লগত ইয়াত থকা সকলোকে বহুত বহুত ধন্যবাদ।’

উল্লেখ্য যে, উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে ২০২০ চনৰ পৰা জিঅ’ প্লেটফৰ্মছ লিমিটেডৰ পৰিচালনা সমিতিৰ সদস্য অনন্ত আম্বানীয়ে ২০২২ চনৰ মে’ মাহৰ পৰা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সৈতে কাম কৰি আহিছে।২০২১ চনৰ জুন মাহৰ পৰা ৰিলায়েন্স নিউ এনাৰ্জি লিমিটেডৰ দায়িত্বও চম্ভালিছে।যোৱা বছৰৰ ১২ জুলাইত ৰাধিকা মাৰ্চেণ্টৰ সৈতে অনন্ত বিবাহপাশত আবদ্ধ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

September 2, 2025 7:10 pm
অপূৰ্ণ হৈ ৰ’ল এলন মাক্সৰ সপোন? ভাৰতীয় বজাৰত ‘ফেইল’ টেচলাৰ গাড়ী! ডেৰ মাহত মাত্ৰ ৬০০ বুকিং

অপূৰ্ণ হৈ ৰ’ল এলন মাক্সৰ সপোন? ভাৰতীয় বজাৰত ‘ফেইল’ টেচলাৰ গাড়ী! ডেৰ মাহত মাত্ৰ ৬০০ বুকিং

September 2, 2025 6:46 pm
অভাৱনীয়ভাবে কমিছে কেঁচাপাতৰ দাম : তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে ৮ ছেপ্তেম্বৰত আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ

অভাৱনীয়ভাবে কমিছে কেঁচাপাতৰ দাম : তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে ৮ ছেপ্তেম্বৰত আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ

September 2, 2025 6:20 pm
আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ : ২ নিৰীহ গঞাৰ শিৰচ্ছেদ কৰিলে মাওবাদীয়ে

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ : ২ নিৰীহ গঞাৰ শিৰচ্ছেদ কৰিলে মাওবাদীয়ে

September 2, 2025 5:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

September 2, 2025 7:10 pm
অপূৰ্ণ হৈ ৰ’ল এলন মাক্সৰ সপোন? ভাৰতীয় বজাৰত ‘ফেইল’ টেচলাৰ গাড়ী! ডেৰ মাহত মাত্ৰ ৬০০ বুকিং

অপূৰ্ণ হৈ ৰ’ল এলন মাক্সৰ সপোন? ভাৰতীয় বজাৰত ‘ফেইল’ টেচলাৰ গাড়ী! ডেৰ মাহত মাত্ৰ ৬০০ বুকিং

September 2, 2025 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd